• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ অন্তিম শয়ণ যাত্ৰা; ২৬ নৱেম্বৰত সম্পন্ন কৰা হ’ব অন্ত্যেষ্টিক্ৰিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 24, 2020 10:32 am
WhatsApp Image 2020-11-24 at 9.54.55 AM

ফটো: নৰ্থইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

GMCH ৰ পৰা পুৱা ৯:৪০ বজাত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে নিয়া হয়।

ইয়াৰ পৰা পোনে পোনে নিয়া হ’ব গগৈৰ দিচপুৰস্থিত চৰকাৰী আৱাস গৃহলৈ।

তাত শ্ৰদ্ধাঞ্জলি জনাই পোনে পোনে জনতা ভৱনলৈ অনা হ’ব গগৈৰ নশ্বৰ দেহ।

তাত সচিবালয়ৰ বিষয়া-আমোলা তথা কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধাঞ্জলি জনাব।

তাৰ পাছত গগৈৰ নশ্বৰ দেহ অনা হ’ব ৰাজীৱ ভৱনলৈ। তাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছে প্ৰদেশ কংগ্ৰেছে।

বিয়লি প্ৰায় ৪ বজাত শংকৰদেৱ কলাক্ষেত্ৰলৈ নিয়া হ’ব গগৈৰ নশ্বৰ দেহ।

আজি ৰাতিটো আৰু কাইলৈ দিনটো কলাক্ষেত্ৰত গগৈৰ নশ্বৰ দেহ ৰখাই অহা ২৬ নৱেম্বৰত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

বৰ্তমানলৈকে অন্ত্যেষ্টিক্ৰিয়াৰ স্থান নিৰ্ধাৰণ হোৱা নাই।

গগৈক শেষ দৰ্শন দিবলৈ অগণন গুণমুগ্ধই ভিৰ কৰে GMCH চৌহদত।

Recent News

পথ দুৰ্ঘটনাত ১১৪ বছৰীয়া অলিম্পিক শিখাধাৰী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দেহাৱসান!

পথ দুৰ্ঘটনাত ১১৪ বছৰীয়া অলিম্পিক শিখাধাৰী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দেহাৱসান!

দেশৰ পৰিধি ভাঙি পাকিস্তানৰ কৰাচীত মঞ্চস্থ হ’ল ৰামায়ণ!

দেশৰ পৰিধি ভাঙি পাকিস্তানৰ কৰাচীত মঞ্চস্থ হ’ল ৰামায়ণ!

২৭ ৰানতে ৰানত স্তব্ধ ৱেষ্ট ইণ্ডিজ; ৯ ৰানত ৬ টা উইকেট লৈ অভিলেখ ষ্টাৰ্কৰ, স্কট ব’লেণ্ডৰো হেট্ৰিক

২৭ ৰানতে ৰানত স্তব্ধ ৱেষ্ট ইণ্ডিজ; ৯ ৰানত ৬ টা উইকেট লৈ অভিলেখ ষ্টাৰ্কৰ, স্কট ব’লেণ্ডৰো হেট্ৰিক

বঙাইগাঁৱৰ এহাল দম্পতীৰ ওপৰত যমজ নৱজাত সন্তান বিক্ৰী কৰাৰ অভিযোগ  

বঙাইগাঁৱৰ এহাল দম্পতীৰ ওপৰত যমজ নৱজাত সন্তান বিক্ৰী কৰাৰ অভিযোগ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd