• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“সেইটো তোমাৰ মালিকক সুধি ল’বা”, নিউজ লাইভৰ সাংবাদিকক মহন্তৰ উত্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2018 7:36 am
Mahanta

আজি আমবাৰীত সংবাদ মাধ্যমৰ আগত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি আমবাৰীৰ মুখ্য কাৰ্য্যালয় প্ৰাংগণত অগপ দলটোৱে অনুষ্ঠিত কৰা চহিদ দিৱসৰ কাৰ্যসূচীত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি কয় যে অগপই বিজেপিৰ লগত বুজাবুজি কৰিছিল বিধানসভা নিৰ্বাচনৰ বাবেহে। লোকসভা নিৰ্বাচনৰ বাবে বুজাবুজি কৰা হোৱা নাছিল। কংগ্ৰেছৰ অপশাসন আৰু দুৰ্নীতি বন্ধ কৰিবৰ বাবে আৰু বিকল্প নাছিল বাবেহে এই মিত্ৰতা কৰা হৈছিল।

“বহুকেইটা কথাত আমাৰ ৰিজাৰ্ভেশ্যন থাকিলেও ৰাজ্যখনৰ স্বাৰ্থত সন্মতি জনোৱা হৈছিল।” মহন্তই কয়।

Apply Now

তেওঁ আঞ্চলিক দলৰ প্ৰয়োজনীয়তা দৃঢ়তাৰে উল্লেখ কৰে। “মই ভাবো যে আঞ্চলিক যিবিলাক আমাৰ সমস্যা, আঞ্চলিক দলেহে সমাধান কৰিব পাৰিব। অন্ধ্ৰতে হওক, তামিলনাডুত হওক, তেলেংগানাতে হওক, জন্মু আৰু কাশ্মীৰতে হওক, সকলোতে আমি সেইটোৱে দেখো।”

“আনকি পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছক যদিও ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ দল বুলি কোৱা হয়, পশ্চিম বংগৰ বাবে সেইটো আঞ্চলিক দলৰ দৰে। আঞ্চলিক দল অবিহনে ৰাজ্য বিলাকৰ বিকাশ সম্ভৱ নহয়।” মহন্তই কয়।

আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে ভাৰতক যদিও যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, যুক্তৰাষ্ট্ৰীয় প্ৰথাটো ভালদৰে প্ৰয়োগ হোৱা নাই।

তাৎপৰ্য্যপূৰ্ণভাৱে এজন সাংবাদিকে মহন্তৰ কাৰ্য্যকালত হোৱা গুপ্তহত্যাৰ প্ৰসংগ উত্থাপন কৰাৰ লগে লগে মহন্তই সাংবাদিকজনক ব্যক্তিগত ধৰণৰ আক্ৰমণৰ পথ লয়।

“সেইটো তোমাৰ মালিকক সুধি ল’বা। ক’ৰ্টৰ জাজমেণ্ট আছে।” মহন্তই সাংবাদিকজনক প্ৰায় ইতিকিঙৰ সুৰত কয়।

সাংবাদিকজনে তেতিয়া উত্তৰত কয়, “মই এজন ৰিপ’ৰ্টাৰ হিচাপে আপোনাক প্ৰশ্নটো সুধিছো। ইয়াত মালিক ক’ৰ পৰা আহিল?”

“মালিকতো আহিবই। এইটো আছেই ইয়াতে, নিউজ লাইভ।” বুমটোলৈ আঙুলিয়াই মহন্তই কয়। “ৰিপ’ৰ্টাৰ হিচাপে তোমাক বহুত উত্তৰ দিছো।” এনেকৈও কয় মহন্তই।

তাৰ পিছত মহন্তই প্ৰশ্নটোলৈ ঘূৰি যায় আৰু সাংবাদিকজনক ভালদৰে উত্তৰ দিয়ে, “সেইবিলাক আছিল কংগ্ৰেছৰ ষড়যন্ত্ৰ। যিবিলাক মানুহ কংগ্ৰেছত আছিল, তেওঁলোকৰ দলটো সলনি হ’লেও ৰংটো সলনি হোৱা নাই।”

উত্তৰটোৰ জৰিয়তে যে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে হিমন্তকে কটাক্ষ কৰিছে সেয়া স্পষ্ট হৈ পৰে।

তাৰ পিছতে মহন্তই আকৌ কয়, “য়ুনিফাইড কমাণ্ড কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰে। ৰাজ্য চৰকাৰৰ কোনো দায়িত্ব তেনেকুৱা নাই।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd