• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মনোহৰ যোশীৰ ৮৬ বছৰ বয়সত দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2024 9:40 am
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশী। ফাইল ফটোঃ সংগ্ৰহীত।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশী। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে পুৱাই মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশীৰ দেহাৱসান ঘটে। ৰাতিপুৱা তিনি বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। বিগত কিছুদিন ধৰি মুম্বাইৰ হিন্দুজা হাস্পতালত ভৰ্তি হৈ আছিল মনোহৰ যোশী।

মনোহৰ যোশীৰ পুত্ৰ উন্মেশ যোশীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘দেউতাক আই চি ইউত ভৰ্তি কৰি পৰ্যবেক্ষণত ৰখা হৈছিল। বুধবাৰে তেওঁৰ হৃদযন্ত্ৰত সমস্যা হৈছিল। দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যৰ বাবে শাৰীৰিক সমস্যাত ভুগি আছিল। আমি শিৱাজী পাৰ্ক শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিম। তাৰ আগতে তেওঁৰ মৃতদেহ আমাৰ মাটুংগাৰ ঘৰলৈ অনা হ’ব।’

উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহৰ পৰা মনোহৰ যোশীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। সেই সময়ত তেওঁৰ মগজুৰ ৰক্তক্ষৰণ হৈছিল। ইয়াৰ পিছত তেওঁক হিন্দুজা হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয়। তাতে তেওঁ কিছুদিন অৰ্ধচেতন অৱস্থাত থাকে।

Apply Now

লগতে পঢ়কঃ ৭৫ বছৰ বিৰতিৰ অন্তত কাজিৰঙাত পুনৰ আৱিষ্কাৰ বিলুপ্তপ্ৰায় ভাৰতীয় ঘঁৰিয়াল

মনোহৰ যোশীয়ে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰাৰ আশা প্ৰায় ত্যাগ কৰিছিল চিকিৎসকসকলে। এনে অৱস্থাত তেওঁক পুনৰ শিৱাজী পাৰ্কৰ ঘৰলৈ লৈ যোৱা হয়। তাতে পৰিয়ালে চোৱা-চিতা কৰিছিল। যোৱা বছৰৰ ২ ডিচেম্বৰত মনোহৰ যোশীৰ জন্মদিন পালন কৰা হৈছিল। সেইদিনা তেওঁৰ সমৰ্থকসকলে তেওঁক দাদৰত থকা তেওঁৰ কাৰ্যালয়লৈ লৈ আনিছিল।

মনোহৰ যোশীৰ জন্ম হৈছিল ১৯৩৭ চনত মহাৰাষ্ট্ৰৰ মহাৰত। মুম্বাইৰ এখন কলেজৰ পৰা চিভিল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰি স্নাতক ডিগ্ৰী লাভ কৰে। পিছত তেওঁ আৰ এছ এছত যোগদান কৰে। ইয়াৰ পিছত তেওঁ শিৱসেনাৰ হাত ধৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে। আশীৰ দশকত শিৱসেনাত মনোহৰ যোশীৰ প্ৰতিপত্তি ক্ৰমান্বয়ে বৃদ্ধি পায়। সাংগঠনিক দক্ষতাৰ বাবে যোশী যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। ১৯৯৫ চনত তেওঁ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁ শিৱসেনাৰ পৰা মুখ্যমন্ত্ৰী হোৱা প্ৰথমজন ৰাজনীতিবিদ হিচাপে পৰিগণিত হয়। ১৯৯৫ চনৰ মাৰ্চৰ পৰা ১৯৯৯ চনৰ জানুৱাৰী মাহলৈকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

লগতে পঢ়কঃ কিডনিৰ অস্ত্ৰোপচাৰৰ পিছত স্বাভাৱিক জীৱন লাভ কৰিব ৰোগীয়ে; বৃহৎ আৱিষ্কাৰ বিজ্ঞানীসকলৰ

পিছত মনোহৰ যোশীয়ে লোকসভা নিৰ্বাচনতো জয়লাভ কৰে। ২০০২ চনৰ পৰা ২০০৪ চনলৈ বাজপেয়ীৰ কাৰ্যকালত তেওঁ লোকসভাৰ অধ্যক্ষ আছিল। ইয়াৰ পূৰ্বে তেওঁ ১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বও চম্ভালিছিল।

ইয়াৰ উপৰিও মনোহৰ যোশী মুম্বাইৰ মেয়ৰ হয়। ১৯৭২ চনৰ পৰা ১৮ বছৰ ধৰি মহাৰাষ্ট্ৰ বিধান পৰিষদৰ সদস্যও আছিল। পিছলৈ তেওঁ বিধানসভালৈ নিৰ্বাচিত হৈ বিধায়ক হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd