• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিডনিৰ অস্ত্ৰোপচাৰৰ পিছত স্বাভাৱিক জীৱন লাভ কৰিব ৰোগীয়ে; বৃহৎ আৱিষ্কাৰ বিজ্ঞানীসকলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2024 8:15 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০৩০ চনৰ ভিতৰত ডায়েলাইছিছ ৰোগীৰ সংখ্যা ৪৯ লাখ হ’ব বুলি অনুমান কৰা হৈছে। বৰ্তমান সমাজত বৃক্ক বিকল (কিডনি ফেইলাৰ) হোৱাটো এটা ডাঙৰ সমস্যা। বৃক্কৰ অস্ত্ৰোপচাৰ কৰিলেই বেছিভাগ মানুহেই নিজৰ স্বাভাৱিক জীৱনশৈলীলৈ ঘূৰি আহিব নোৱাৰে। এই সকলোবোৰ অসুবিধাৰ পৰা মুক্তি দিবলৈ বিজ্ঞানীসকলে বৃক্ক সংৰোপণৰ অন্যতম গুৰুত্বপূৰ্ণ সুবিধা উলিয়াই আনিছে।

দ্য জৰ্জ ইনষ্টিটিউট ফৰ গ্ল’বেল হেল্থ – ইণ্ডিয়াৰ বিষয়াসকলৰ মতে, বৃক্ক ৰোগীৰ বাবে এইটোৱেই হ’ব সৰ্বোত্তম চিকিৎসা।

শেহতীয়াকৈ বৃক্ক সংৰোপণ কৰা ২০খন দেশৰ ২৪৯ জন লোকৰ সাক্ষাৎকাৰ লৈ পৰিয়াল, কৰ্ম আৰু সামাজিক কাৰ্য্যকলাপত ব্যস্ততাৰ লেখ জোখ লৈ কৰ্মশালাৰ জৰিয়তে এই সঁজুলিটো প্ৰস্তুত কৰা হৈছিল। ইয়াৰ নাম হৈছে SONG-LP।

Apply Now

লগতে পঢ়কঃ হয় INDIA এৰক, নহ’লেই গ্ৰেপ্তাৰ! ভাবুকি পাইছে কেজৰিৱালেঃ গুৰুতৰ অভিযোগ আপৰ

এই সঁজুলিটোৰ সন্দৰ্ভত ভাৰতৰ জৰ্জ ইনষ্টিটিউট ফৰ গ্ল’বেল হেল্থৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক বিবেকানন্দ ঝাই কয়, ‘SONG-LP সঁজুলিটো বৃক্ক প্ৰতিস্থাপন কৰা সকলৰ বাবে ব্যৱহাৰ অনুকূল হিচাপেই ডিজাইন কৰা হৈছে। এইটো ৰোগীসকলে ব্যৱহাৰ কৰাটো সহজ।’

ভাৰত, অষ্ট্ৰেলিয়া, আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স আৰু দক্ষিণ কোৰিয়াৰ গৱেষকসকলে বৃক্ক প্ৰতিস্থাপনৰ পিছত ৰোগীৰ জীৱনত জড়িত হোৱাৰ ক্ষমতা জুখিবলৈ এই ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ সঁজুলিটো প্ৰস্তুত কৰিছিল।

এই সঁজুলিটো বৃক্ক সংৰোপণ কৰা প্ৰাপ্তবয়স্কসকলৰ বাবে বিশেষ প্ৰশ্নাৱলীৰ আকাৰত আছে। প্ৰশ্নাৱলীত তেওঁলোকৰ জীৱনৰ চাৰিটা দিশ – অৱসৰ, পৰিয়াল, কৰ্ম আৰু সামাজিক কাম-কাজৰ বিষয়ে সোধা হৈছে। এই চাৰিটা মাত্ৰাৰ উত্তৰ দিবলৈ দুটা স্কেল ব্যৱহাৰ কৰা হৈছিল, ক্ৰমে ০ (কেতিয়াও নহয়)ৰ পৰা ৪ (সদায়)লৈকে। চাৰিটা উত্তৰৰ গড় হিচাপ কৰিলে মুঠ নম্বৰ পোৱা যায়।

লগতে পঢ়কঃ পেইনকিলাৰ পেৰাচিটামলে নষ্ট কৰিব পাৰে লিভাৰ! কি কোৱা হৈছে গৱেষণাত?

বিবেকানন্দ ঝাই লগতে কয় যে ক্ৰনিক কিডনী ডিজিজ (চি কে ডি) মৃত্যুৰ হাৰ, অক্ষমতা আৰু আৰ্থিক খৰচৰ ক্ষেত্ৰত জনস্বাস্থ্যৰ বাবে এক ক্ৰমাৎ বৃদ্ধি পোৱা সমস্যা। বিশ্বজুৰি সাধাৰণ জনসংখ্যাৰ প্ৰায় ১৩ শতাংশ লোকৰ কোনো ধৰণৰ চি কে ডি আছে। বৰ্তমান বৃক্কৰ শেষ পৰ্যায়ৰ ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসা দুবিধহে। ক্ৰমে ৰেনাল ডায়েলাইছিছ আৰু কিডনী ট্ৰান্সপ্লাণ্ট। আৰু এই কিডনী ট্ৰান্সপ্লাণ্টক অধিক সুবিধাজনক কৰি তুলিবলৈ ভাৰত, অষ্ট্ৰেলিয়া, আমেৰিকা, ব্ৰিটেইনৰ বিজ্ঞানীসকলে বিশেষ সঁজুলি প্ৰস্তুত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd