• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতাৰ অন্তত গৃহ সমষ্টিত উপস্থিত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
November 2, 2020 7:44 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

2k
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিনীয়া শাৰিৰীক অসুস্থতাৰ পাছত নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্তী চলচলিৰ ৰামটিলা আটিত আজি উপস্থিত হয় অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত।

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত গৃহ সমষ্টি বঢ়মপুৰৰ বিভিন্ন প্ৰান্তত দিনজোৰা কাৰ্যসূচী হাতত লৈ উপস্থিত হোৱা প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই বিয়লিলৈ চলচলি ৰামটিলা আটিৰ পৰা বালিজুৰি সংযোগ হোৱা পথৰ নিৰ্মাণৰ কাম অনুষ্ঠানিকভাৱে আৰম্ভ কৰে।

উক্ত কাৰ্যসূচীত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে নগাঁও জিলা অগপৰ সাধাৰণ সম্পাদক নিৰঞ্জন বৰাও উপস্থিত থাকে।

অসুস্থতাৰ পাছত পোন প্ৰথমবাৰৰ বাবে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে সাংবাদিকক সম্বোধন কৰে কাৰ্যসূচী ৰূপায়ণ কৰা স্থানতে।

সাংবাদিকৰ সন্মুখত মিঞা মিউজিয়ামৰ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এইক্ষেত্ৰত চৰকাৰৰ কোনো সিদ্ধান্ত হোৱা নাই বুলি কৈছে আৰু সেই সভাত সকলো ৰাজনৈতিক দলৰ লোক উপস্থিত আছিল বুলি কোৱাৰ লগতে মিউজিয়াম বনালে তাতেই এটা সংস্কৃতি কেতিয়াও সীমাবদ্ধ হৈ নাথাকে, তাৰ পৰিবৰ্ধন ক্ৰমবিকাশ ঘটিব লাগিব।

গতিকে সিদ্ধান্তটো সময়োপযোগী হৈছেনে নাই সেই কথা সদনৰ কমিটিয়ে সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰে।

আনহাতে অগপৰ চৈধ্যটা সমষ্টিৰ প্ৰাৰ্থীৰ প্ৰসংগত দলৰ শীৰ্ষ কৰ্মীয়ে সিদ্ধান্ত ল’ব বুলি মত প্ৰকাশ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে তেখেতৰ ক্ষেত্ৰত ২০২১ৰ নিৰ্বাচনত বঢ়মপুৰ সমষ্টিত ৰাইজে সিদ্ধান্ত ল’ব বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি অসমৰ ৰাজনীতিত গগৈ ডাঙৰীয়াৰ অৱদান উল্লেখনীয় আৰু অসমৰ ৰাজনীতিত তেখেতৰ প্ৰয়োজন আছে গতিকে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ অতি সোনকালে সুস্থ হৈ উঠক বুলি মহন্তই আশু আৰোগ্য কামনা কৰে।

উল্লেখ্য যে, চলচলী ৰামটিলাআটিত এই কাৰ্যসূচীত ভাগ লোৱাৰ পাছতেই প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী পুনৰ বঢ়মপুৰ সমষ্টিৰ আন বহুকেইটা কাৰ্যসূচীত ভাগ ল’বলৈ ৰাওনা হয়।

Recent News

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd