• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাষ্টগেটত প্ৰতিবাদকাৰীৰ মাজত তৰুণ গগৈ; প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাক দিলে বাই বাই

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 6, 2020 4:39 pm
index

শুকুৰবাৰে লাষ্টগেটত প্ৰতিবাদকাৰীৰ মাজত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে লাষ্টগেটত প্ৰতিবাদকাৰীক সংগ দিৱলৈ উপস্থিত হয় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ ৷ প্ৰতিবাদকাৰী সকলৰ দাবীসমূহৰ বুজ লোৱাৰ লগতে বিধান সভাত মজিয়াত তেওঁলোকৰ দাৱী সমূহ উত্থাপন কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে ৷

কিন্তু অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰসকলৰ প্ৰতিবাদক বাই বাই দি গুচি যায় প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে ৷

Apply Now

এই সন্দৰ্ভত সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি কামাখ্যা দাসে কয় যে প্ৰত্যেক নেতাৰ বাই বাই দিয়াটো এটা স্বভাৱত পৰিনত হৈছে ৷ ঠিক তেনেদৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈও আমাৰ মাজলৈ আহিল আৰু যিদৰে এখন সভাত বাই বাই দি গুচি যায় ঠিক তেনেকে বাই বাই দি গুচি গ’ল ৷

‘’কিন্তু তেখেতে আমাৰ লগত কথা পতাৰ সৎসাহসকণো থাকিব লাগিব ৷ তেখেতৰ ১৫ বছৰীয়া শাসনকালতো এনেকৈ আমি গৃহৰক্ষী বাহিনীয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰিছিলো বা পথ অবৰোধ কাৰ্যসূচী পালন কৰিছিলো। লগতে বিভিন্ন ধৰণৰ স্মাৰক পত্ৰ আমি প্ৰদান কৰিছিলো ৷ কিন্ত দুখৰ কথা ১৫ বছৰে তেখেতে আমাৰ কাৰনে কোনো এটা পদক্ষেপ লব নোৱাৰিলে ৷ তেখেতে কোন খন মুখ লৈ আমাৰ লগত কথা পাতিব?’’-দাসে কয়।

তেওঁ লগতে কয়, ‘’ৰাজনৈতিক মুনাফা আদায় কৰাৰ বাবে তেখেতে বাকী দল সংগঠন সমূহৰ লগত কথা পাতিলে ৷ ২১’ত নিৰ্বাচন আহি আছে গতিকে ভোটৰ অংক মিলাবলৈ  বাকী সংগঠন সমূহক কিবা আশ্বাস দিলে বা প্ৰতিশ্ৰুতি দিলে ৷ যিহেতু প্ৰতিশ্ৰুতি আজিকালিৰ নেতা সকলৰ ধৰ্ম ৷’’

দাসে কয়, ‘’তেওঁ আমাৰ ওচৰত আহিল সঁচা কিন্তু দেখিলে গৃহৰক্ষী ৷ গৃহৰক্ষী সকলেতো আন্দোলন কৰিয়ে আছে ৷ ইমান দিনেতো মই একো কৰিব নোৱাৰিলো ৷ আজি তেওঁলোকক কি আশ্বাস দিম ৷ সেইকাৰনে তেওঁ নিৰ্লজভাবে আঁতৰি গুচি গ’ল৷’’

‘’এইটো তেখেতৰ ব্যক্তিগত লাভৰ কাৰনে আহিছে ৷ আগন্তুক নিৰ্বাচন আহি আছে ৷ এতিয়া টঙালী বান্ধিবই ৷ আমাৰ বেয়া পাব লগীয়া তেওঁক নাই যদিও এটাই আক্ষেপ ৰৈ গ’ল তেখেতৰ দিনতো একো নাপালো আৰু পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ পৰাও আমি বৰ্তমানলৈ একো নাপালো,’’-দাসে আক্ষেপেৰে কয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd