• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনিল ৰাজাই দিয়া গোচৰত পাণবজাৰ থানাত উপস্থিত ৰকিবুল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 21, 2018 6:17 pm
Rakibul

পাণবজাৰ থানা চৌহদত ৰকিবুল হুছেইন, ২১ ছেপ্তেম্বৰত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনিল ৰাজাই দিয়া এজাহাৰৰ ভিত্তিত পাণবজাৰ থানাই ৰুজু কৰা এটা গোচৰত আজি পাণবজাৰ থানাত উপস্থিত হ’ল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন। পাণবজাৰ আৰক্ষীয়ে উক্ত গোচৰৰ বাবে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীক থানাত উপস্থিত হ’বৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।

মন কৰিব লগীয়া যে যোৱা ১৫ ছেপ্তেম্বৰত ৰকিবুল হুছেইনে তৰা মানহানিৰ গোচৰৰ বাবে আদালতত উপস্থিত থকাৰ সময়ত কংগ্ৰেছৰ পৰা নিলম্বিত নেতা অনিল ৰাজাৰ গালৈ চিয়াহী ছটিয়াইছিল ৰকিবুলৰ কেইজনমান সমৰ্থকে। তাৰ বাবে অনিল ৰাজাই পাণবজাৰত এজাহাৰ দিয়াত উক্ত গোচৰটো ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিত ১৬ ছেপ্তেম্বৰত পাণবজাৰ আৰক্ষীয়ে চাৰিজনক আটক কৰিছিল। আটক কৰাকেইজনৰ নাম হ’ল আব্দুল ছাত্তাৰ, ৰাকিব হুছেইন, আৰিফ আহমেদ আৰু আব্দুল জানিচাৰ। এওঁলোকক ভৰলু আৰু লাখটকীয়াৰ পৰা আটক কৰিছিল পাণবজাৰ আৰক্ষীয়ে।

Apply Now

একেটা গোচৰতে পাণবজাৰ আৰক্ষীয়ে ৰকিবুল হুছেইনলৈ থানাত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছিল।

আনহাতে ৰকিবুল হুছেইনক যোৱা ১৭ ছেপ্তেম্বৰতেই থানাত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল বুলি অনিল ৰাজাই সংবাদমেলত দাবী কৰিছিল যদিও এই কথা অস্বীকাৰ কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুলে।

এই সম্পৰ্কত তেওঁ কয়, “মোক পাণবজাৰ আৰক্ষীয়ে ২১ তাৰিখে পুৱা ১১:৩০ বজাত উপস্থিত হ’বৰ বাবে কৈছিল।”

ইফালে পাণবজাৰ থানাৰ চৌহদত উপস্থিত হৈয়ে ৰকিবুল হুছেইন পুনৰ অনিল ৰাজাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। থানাৰ চৌহদত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে অনিল ৰাজা এজন 420 মানুহ। বিজেপি-RSS মতে কাম কৰিছে অনিল ৰাজাই। ৰাজাই চৰকাৰৰ ষড়যন্ত্ৰ মতেই এইবোৰ কৰি আছে। মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ।

ইয়াৰোপৰি অনিল ৰাজাই যোৱা ১৯ ছেপ্তেম্বৰৰ সংবাদমেলৰ সকলো অভিযোগ পুনৰবাৰ নস্যাৎ কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় “মোক থানালৈ মাতি ৰাজাই পৈশাচিক আনন্দ লৈছে।”

তেওঁ লগতে কয়, “মোৰ বিৰুদ্ধে আদালতত গোচৰ দিছে, মইহে আকৌ তেওঁতকৈ আগত আদালতত হাজিৰ হ’ব লাগে। তেওঁৰ হাতত যদি মোৰ বিৰুদ্ধে কেলেংকাৰিৰ কিবা তথ্য আছে, তেন্তে সেইখিনি আদালতত দাখিল কৰিব লাগে আৰু সোনকালে জেইললৈ পঠিয়াব লাগে। কিন্তু সেইটো নকৰি তেওঁহে আদালতত বাৰেপতি সময় লৈ আছে।”

উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু অনিল ৰাজাৰ মাজত দীৰ্ঘদিন ধৰি ব্যক্তিগত পৰ্য্যায়ত বিবাদ চলি আহিছে। যোৱা এবছৰ কাল ধৰি দুয়ো অভিযোগ-প্ৰতি অভিযোগেৰে সংবাদমেল দিয়াৰ প্ৰতিযোগিতাত লিপ্ত হোৱা দেখা গৈছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd