• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এই গৰাকী ক্ৰিকেটাৰে ক’লে, ধোনীৰ ওপৰত অৱসৰৰ চাপ দিয়া উচিত নহয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 11, 2020 7:38 pm

1 min read

M S Dhoni

মহেন্দ্ৰ সিং ধোনী, উৎস-ইণ্টাৰনেট

1.2k
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছিৰ হুছেইনে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক প্ৰশংসা কৰি এনে ক্ৰিকেটাৰ দশকত মাত্ৰ এজনেহে জন্ম গ্ৰহণ কৰে বুলি কয়।

নাছিল হুছেইনে ধোনীৰ দৰে ক্ৰিকেটাৰৰ গুৰুত্ব বুজি এনে ক্ৰিকেটাৰক অৱসৰ ল’বলৈ কোৱা সকলে নিজৰ দায়বদ্ধতা বুজিব লাগে বুলি উল্লেখ কৰে।

ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা অধিনায়ক নাছিৰ হুছেইনে মহেন্দ্ৰ সিং ধোনীৰ দৰে ক্ৰিকেটাৰে এতিয়াও ভাৰতীয় ক্ৰিকেটক দিবলৈ যথেষ্ট বাকী আছে বুলি লগতে কয়।

ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে স্টাৰস্পোৰ্টত দিয়া এটা সাক্ষাৎকাৰত ধোনীৰ পাছত তেওঁৰ দৰে ক্ৰিকেটাৰ পোৱা নাযাব বুলি মন্তব্য কৰে।

‘‘ধোনীৰ ওপৰত অৱসৰৰ চাপ দিয়া উচিত নহয়। একমাত্ৰ ধোনীয়েহে জানে তেওঁ কেনে স্থিতিত আছে,’’ নাছিৰ হুছেইনে কয়।

উল্লেখযোগ্য যে, বিশ্বকাপৰ পাছৰে পৰা ক্ৰিকেটৰ পৰা আঁতৰি থকা মহেন্দ্ৰ সিং ধোনীয়ে আই পি এলৰ যোগেৰে পুনৰ ক্ৰিকেটৰ পথাৰলৈ উভতি অহাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল যদিও ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে আই পি এল পিছুৱাই দিয়াত ধোনীৰ প্ৰত্যাৱৰ্তন কেতিয়া হ’ব সেই সম্বন্ধেও অনিশ্চয়তাৰ সৃষ্টি হৈছে।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd