• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত যোগদান সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰেম তামাঙৰ

আৰ পি শৰ্মাৰ কংগ্রেছত যোগদানৰ পোতক তুলিলে নেকি বিজেপিয়ে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 5, 2020 4:40 pm
BJP Joins story

বিজেপিত যোগদান কৰা প্ৰেম তামাং

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ পৰা দলৰ প্ৰাক্তন নেতা আৰ পি শৰ্মা আটৰি গৈ কংগ্ৰেছত যোগদান কৰাৰ পাছত আজি ৰাজ্যিক বিজেপিত যোগদান কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰেম তামাঙে।

তামাঙৰ সৈতে এটি বৃহৎ দলে দিছপুৰ লাষ্টগেটস্থিত গৰকপ্তানী বিভাগৰ  প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান কাৰ্য্যসূচীত ৰাজ্যিক বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

Apply Now

তামঙৰ সৈতে কৃষ্ণ ভুজেল,  সঞ্জীৱ তাতৰা ছেত্ৰী,  শংকৰ লামা,  মহেন্দ্ৰ ৰায়,  মোহন শৰ্মা, ৰাজু তামাং, পূৰ্ণ ছেত্ৰী, পূৰ্ণ কীৰ্তি ৰায়, লাল কুমাৰ তামাং, লাল বাহাদুৰ ছেত্ৰী, জীউৰাজ গৌতলা, মণি বাহাদুৰ তামাঙকে ধৰি গোর্খা ছাত্ৰ সন্থাৰ শতাধিক কাৰ্য্যকৰ্তাই বিজেপিত যোগদান কৰে।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন কৈ বিজেপিত যোগদান কৰা গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্য্যকৰ্তা সকলক দলৰ মজিয়ালৈ আদৰণি জনায়।

‘‘বিশ্বৰ আটাইতকৈ বৃহৎ দলত যোগদান কৰি প্ৰেম তামাং আৰু অন্যান্য নেতৃত্বই বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ প্ৰগতিৰ নিমিত্তে জনসাধাৰণৰ হকে কাম কৰি যাব,’’ মুখ্য মন্ত্ৰী সোণোৱালে নিজৰ ভাষণত কয়।

ইয়াৰোপৰি, প্ৰতিষ্ঠা কালৰে পৰা বিজেপিয়ে অতি দৃঢ়তাৰে কাম কৰি আহি আজিৰ এই ৰূপ পাইছে বুলি উল্লেখ কৰি সোণোৱালে বিজেপিয়ে একমাত্ৰ চৰকাৰ যি সকলোকে আঁকোৱালি ল’ব পাৰে বুলি কয়।

সোণোৱালে প্ৰেম তামাঙৰ লগতে বিজেপিত যোগদান কৰা সকলোৰে উত্তৰোত্তৰ কামনা কৰিছো।

‘‘অসমৰ ৰাইজে বিজেপিক আঁকোৱালি লৈছে। বিৰোধী দলে বিজেপিৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলালেও ৰাইজে মোদীৰ প্ৰতি অগাধ বিশ্বাস ৰাখিছে। এইখিনি আস্থা আৰু বিশ্বাস কম সময়তে লাভ কৰাটো ইমান সহজ নহয়,’’ সোণোৱালে ভাষণ প্ৰসংগত কয়।

অসমৰ ৰাইজে শান্তি-সম্প্ৰীতি ভাতৃত্ববোধ আৰু বন্ধুত্ব বজাই ৰাখি আগুৱাই যাব লাগিব বুলিও সোণোৱালে সভাত নিজৰ ভাষণত উল্লেখ কৰে।

সভাত সোণোৱালে হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসা কৰি হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনৰ পৰা দাখিল কৰা প্ৰতিখন বাজেটে ৰাইজক ন্যায় দিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে।

অৱশ্যে উক্ত যোগদান অনুষ্ঠানত ভাষণ দিয়াৰ পৰা বিৰত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd