• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰশিক্ষণৰত প্ৰাক্তন আইএএছ পূজাৰ মাতৃক জামিন; ৫০ হাজাৰৰ বণ্ডৰ ওপৰত একাধিক চৰ্ত আৰোপ কোৰ্টৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2024 5:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন আই এ এছ প্ৰশিক্ষাৰ্থী পূজা খেড়কাৰৰ মাতৃ মনোৰমা খেড়কাৰৰ জামিন। শুকুৰবাৰে পুনেৰ আদালতে তেওঁক জামিন মঞ্জুৰ কৰে।মনোৰমাক বন্দুক উঠাই এজন কৃষকক ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। এটা ভাইৰেল ভিডিঅ’ত দেখা গ’ল মনোৰমাক হাতত বন্দুক। সেই গোচৰত শুকুৰবাৰে মনোৰামাক ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত জামিন দিয়া হৈছিল। অৱশ্যে তেওঁক কেইবাটাও চৰ্ত দিয়া হৈছে।

আদালতে কয় যে যেতিয়াই তদন্তকাৰী বিষয়াসকলে ফোন কৰে তেতিয়াই মনোৰমা থানাত হাজিৰ হ’ব লাগিব। পুলিচক খবৰ নিদিয়াকৈ তেওঁ পুনেৰ পৰা ওলাই যাব নোৱাৰে। মনোৰমাই তদন্তৰ সৈতে জড়িত কোনো ব্যক্তি, কোনো সাক্ষীৰ সৈতে সাক্ষাৎ বা অন্যথা যোগাযোগ কৰিব নোৱাৰে। আদালতে তেওঁক তদন্তত সহযোগ কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে এটা পুৰণি ভাইৰেল ভিডিঅ’ৰ ভিত্তিত মনোৰমাক গ্ৰেপ্তাৰ কৰা হৈছিল। পিষ্টল তুলি তাত এজন কৃষকক ভাবুকি দিয়া দেখা গৈছিল।অৱশ্যে সেই ভিডিঅ’ৰ ভিত্তিত কৃষকজনে মনোৰামাৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনত আৰক্ষীক এফআইআৰ দাখিল কৰে। ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰাৰ পিছত আৰক্ষীয়ে গম পায় যে যি মাটিত এই তৰ্ক চলি আছে সেই মাটি ক্ৰয় কৰিছিল পূজাৰ পিতৃ তথা প্ৰাক্তন আমোলা দিলীপ খেডকাৰে। মহাৰাষ্ট্ৰৰ মুলসী তহচিলত ২৫ একৰ মাটি ক্ৰয় কৰিছিল দিলীপে। সেই ভূমিত পূজাৰ মাকৰ ‘দাদাগিৰি’ৰ ভিডিঅ’ পোহৰলৈ অহাতেই আৰক্ষীয়ে মনোৰমা আৰু দিলীপক বিচাৰিবলৈ আৰম্ভ কৰে। তেওঁলোকক বিচাৰিবলৈ তিনিটা আৰক্ষীৰ দল গঠন কৰা হয়। দিলীপৰ সন্ধান এতিয়াও চলি আছে। পুনে আৰক্ষীয়ে জনোৱা মতে, তেতিয়াৰ পৰাই মনোৰমা পলাতক হৈ আছিল। তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টাকে ধৰি একাধিক গোচৰ আছে। মনোৰমা আৰক্ষীৰ পৰা পলায়ন কৰিবলৈ চালকৰ সৈতে এখন হোটেললৈ গৈছিল। মিছা পৰিচয় লৈ তেওঁ তাত আছিল। ফোনটোৰ স্থানৰ ভিত্তিত তেওঁক হোটেলখনৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

Apply Now

মনোৰমাৰ কন্যা পূজাৰ বিৰুদ্ধে অবৈধভাৱে বিভিন্ন চৰকাৰী সা-সুবিধাৰ সুবিধা লোৱা, ভুৱা প্ৰমাণ পত্ৰ জমা দিয়া আৰু আমোলা হ’বলৈ পৰীক্ষাত ভুৱা তথ্য দিয়াৰ অভিযোগ উত্থাপন হৈছে। প্ৰতাৰণা কৰাৰ অপৰাধত তেওঁক আজীৱন বহিষ্কাৰ কৰিলে ইউ পি এছ চিয়ে। পূজা আৰু কেতিয়াও ইউ পি এছ চিৰ কোনো পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰে। ইয়াৰ পিছত শুকুৰবাৰে তেওঁৰ জামিন আৱেদনো নাকচ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd