• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূমি দুৰ্নীতিৰ গোচৰত সকাহ! উচ্চ ন্যায়ালয়ত জামিন লাভ কৰিলে হেমন্ত ছোৰেনে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 28, 2024 3:25 pm
ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যামন্ত্ৰী হেমন্ত ছোৰেন। ফাইল ফটোঃ সংগ্ৰহীত।

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যামন্ত্ৰী হেমন্ত ছোৰেন। ফাইল ফটোঃ সংগ্ৰহীত।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত জামিন পালে হেমন্ত ছোৰেনে। শুকুৰবাৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে। ভূমি দুৰ্নীতিৰ ধন সৰবৰাহৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু তাৰ পৰা আবেদনখন প্ৰত্যাহাৰ কৰি নিয়ে। অৱশেষত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে তেওঁক জামিন মঞ্জুৰ কৰে।

হেমন্তৰ বিৰুদ্ধে ৰাঁচীৰ ৮.৮৬ একৰ মাটি অবৈধভাৱে দখল কৰাৰ অভিযোগ উঠিছে। ভূমি দুৰ্নীতি আৰু ধন সৰবৰাহৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল হেমন্ত ছোৰেনক। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ জিম্মাত লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে জেএমএমৰ নেতাগৰাকীয়ে।

লগতে পঢ়কঃ একেবাৰতে বহুত বাঢ়িল মোবাইল ৰিচাৰ্জৰ খৰচ! ৩ জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুন মূল্য

Apply Now

তাৰ পিছৰে পৰা  কেইবাবাৰো উচ্চতম ন্যায়ালয়ত তেওঁৰ গোচৰৰ শুনানি হৈছে। লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পৰাই তেওঁ প্ৰচাৰৰ বাবে অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল। কিন্তু সেই আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল।

উচ্চতম ন্যায়ালয়ে জেএমএমৰ নেতাগৰাকীক ধমক দিয়ে। ন্যায়াধীশ দীপাংকৰ দত্ত আৰু সতীশ চন্দ্ৰ শৰ্মাৰ অৱসৰকালীন বিচাৰপীঠৰ পৰ্যবেক্ষণ আছিল যে আবেদনখনত তথ্য গোপন কৰা হৈছিল। এনে সমালোচনাৰ সন্মুখীন হৈ জেএমএম নেতাগৰাকীৰ অধিবক্তা কপিল ছিবালে জামিন আবেদন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। ফলত নিৰ্বাচনৰ সময়ত জেলৰ পৰা ওলাই আহিব নোৱাৰিলে হেমন্ত ছোৰেন।

লগতে পঢ়কঃএজাক বৰষুণতে খহি পৰিল দেশৰ ৰাজধানীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টাৰ্মিনেলৰ চালি : তিনিজনৰ মৃত্যু

কিন্তু নতুন চৰকাৰ গঠনৰ কিছুদিন পিছতে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক জামিন মঞ্জুৰ কৰে। যোৱা জানুৱাৰী মাহত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়া পাঁচ মাহৰ পিছত তেওঁ জেলৰ পৰা মুক্তি পাব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd