DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, March 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ দেহাৱসান

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 27, 2022 10:56 am
Ardhendu Kumar Dey
139
VIEWS
Share on FacebookShare on Twitter

তৰুণ গগৈ চৰকাৰৰ সময়ত মন্ত্ৰীত্ব পদত থকা জেষ্ঠ ৰাজনীতিক অৰ্ধেন্দু কুমাৰ দে’ৰ যোৱা নিশা মৃত্যু হয়।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰাক্তন মন্ত্ৰীগৰাকী গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল।

নিশা ১:১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে বয়োজেষ্ঠ নেতাগৰাকীয়ে। মৃত্যুৰ সময়ত অৰ্ধেন্দু কুমাৰ দে’ৰ বয়স আছিল ৮৪ বছৰ।

ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছত দে’ ১৯৯১ চনত প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

২০০৬ চনলৈকে হোজাই সমষ্টিৰ বিধায়ক হৈ আছিল দে’।

দীৰ্ঘসময় কংগ্ৰেছত ৰাজনৈতিক জীৱন অতিবাহিত কৰাৰ পিছত ২০২১ চনত তেওঁ বিজেপিত যোগদান কৰিছিল।

Recent News

জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

যৌনতাৰ বিষয়ে গুগুলে সঘনাই সন্মুখীন হোৱা প্ৰশ্নকেইটা

ৰাহুল গান্ধীৰ কাৰাদণ্ড

ৰাহুল গান্ধীৰ কাৰাদণ্ড

লুইতৰ কালৰূপ : মাজুলীত বন্ধ কৰি দিয়া হ’ল ফেৰীসেৱা

লুইতৰ কালৰূপ : মাজুলীত বন্ধ কৰি দিয়া হ’ল ফেৰীসেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd