• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ এক্তিভে’ট হ’ব আৰ পি শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 30, 2019 6:42 pm
Former MP RP Sharma to get reactivated

আৰ পি শৰ্মাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাম প্ৰসাদ শৰ্মাই অসমত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব ল’বলৈ আগবঢ়া বুলি খবৰ ওলাইছিল যদিও এতিয়া সুৰ সলাইছে বিজেপিৰ টিকেট-বঞ্চিত সাংসদজনে।

২৫ মে’ত শৰ্মাই তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ কথা আছিল যদিও নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰ মোদী চৰকাৰ অহাৰ পাছত এতিয়া ৰি-এক্তিভে’ট হোৱাৰ কথা জনাইছে শৰ্মাই।

Apply Now

অসমৰ ৰাইজে তেওঁক ‘সক্ৰিয়’ ৰাজনীতিত দেখা পাব বুলি উল্লেখ কৰি শৰ্মাই জনাই যে ’২১ত তেওঁৰ বিধান সভা খেলাৰ মন।

’২০২১ ত ৰাইজে বিচাৰিলে হ’ব। যিহেতু মোৰ ঘৰ তেজপুৰতে গতিকে তেজপুৰতে পাব।‘ কোনটো দলৰ পৰা তেওঁ ২০২১ চনত প্ৰাৰ্থিত্ব আগবঢ়াব খোজে সেই কথা এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি শৰ্মাই আমাৰ জনায়।

তৃণমূলত যোগদানৰ কথা অৱশ্যে শৰ্মাই অস্বীকাৰ কৰিছে।

‘নাই, এতিয়া যোগদান কৰাৰ কথা নাই। তেওঁলোকে প্ৰস্তাৱ দিছিল কিন্তু এতিয়ালৈকে মই সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু যোগদানো কৰা নাই।‘ সৌ সিদিনা তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ কথা কোৱা আৰ পি শৰ্মাই বৃহস্পতিবাৰে নৰ্থ ইষ্ট নাও-ক জনায়।

মোদী চৰকাৰক লৈ তেওঁ কয়, ‘ৰাজ্যৰ কথা মই নকওঁ, কেন্দ্ৰত বিজেপি চৰকাৰ অহাটো অনিবাৰ্য্য আছিল। সন্ত্ৰাসবাদ, নক্সালবাদ নিৰ্মূল, কাশ্মীৰ ইছ্যু আৰু বিশ্বত ভাৰতমাতাক প্ৰতিষ্ঠা কৰা ইত্যাদিৰ বাবে নৰেন্দ্ৰ মোদীৰ চৰকাৰ অতিকৈ প্ৰয়োজনীয়।‘

ইয়াৰোপৰি তেওঁ কয় ‘ৰাজ্য চৰকাৰ কাৰ হয় সেইটো মিনিংলেচ, কোনো মতলব নাই। ৰাষ্ট্ৰৰ স্বাৰ্থত কেন্দ্ৰত বিজেপি চৰকাৰ হোৱাটো দৰকাৰ।‘

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিত আৰ পি শৰ্মাৰ সলনি পল্লৱ লোচন দাসক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল বিজেপিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd