• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংগালুৰু প্লে অফত প্ৰৱেশৰ লগে লগে মুখ উলিয়ালে মালিয়াই; কোহলীৰ দলক বাৰ্তা ‘পলাতক’ প্ৰাক্তন মালিকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2024 9:13 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰাট কোহলীৰ দলৰ বাবে আহিল বিজয় মালিয়াৰ বাৰ্তা। শনিবাৰে চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি আই পি এলৰ প্লে অফত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰে। এই জয়ৰ পিছত দলটোৰ ‘পলাতক’ প্ৰাক্তন স্বত্বাধিকাৰী বিজয় মালিয়াই কোহলীৰ দলক এক বাৰ্তা দিছে।

বেংগালুৰু-চেন্নাই মেচৰ পিছত মালিয়াই নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘আই পি এলৰ প্লে অফত স্থান পোৱাৰ বাবে বেংগালুৰুক অভিনন্দন। বেয়া আৰম্ভণিৰ পিছতো জয়ী হোৱাৰ এই সফলতাৰ আঁৰত আছে ইচ্ছাশক্তি আৰু দক্ষতা। এইবাৰ ট্ৰফী জয়ৰ লক্ষ্যত যুঁজ আৰম্ভ।”

লগতে পঢ়কঃ ইৰাণত হেলিকপ্টাৰ দুৰ্ঘটনাত ‘সন্ধানহীন’ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি, বৈদেশিক মন্ত্ৰী আব্দুল্লাহিয়ান

Apply Now

একেৰাহে ৬খন মেচত জয়লাভ কৰি প্ৰথম চাৰিটা স্থানৰ সপোন পূৰণ কৰিছে কোহলী বাহিনীয়ে। প্লে অফত প্ৰৱেশ কৰিবলৈ হ’লে চেন্নাইক কেৱল হৰুৱালেই নহয়, ১৮ ৰানৰ অধিক ব্যৱধানত হৰুৱাবলগীয়া হৈছিল। কোহলীৰ দলে সেইটো কৰি দেখিৱালে। প্ৰথমে বেটিং কৰি দলটোৱে ২১৮ ৰান সংগ্ৰহ কৰে। ১৯১ ৰানত চেন্নাইৰ ইনিংছ সমাপ্ত হয়। বেংগালুৰুৱে ২৭ ৰানত জয়লাভ কৰি প্ৰথম চাৰিটা স্থানত থকাটো নিশ্চিত কৰে।

উল্লেখ্য যে ২০০৮ চনত আই পি এলৰ আৰম্ভণিতে আৰ চি বিৰ মালিক আছিল বিজয় মালিয়া। পৰৱৰ্তী কেইবছৰমান তেওঁ দলটো পৰিচালনা কৰিছিল। আৰচিবিৰ ঘৰুৱা খেলৰ সময়ত চিন্নাস্বামী ষ্টেডিয়ামত মালিয়া আৰু তেওঁৰ পুত্ৰ সিদ্ধাৰ্থক প্ৰায়ে দেখা গৈছিল।

https://x.com/TheVijayMallya/status/1791919014412685345?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1791919014412685345%7Ctwgr%5E4d1445e35e64070e63c6359736f67b7196a39051%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fsports.ndtv.com%2Fipl-2024%2Fvijay-mallya-posts-special-message-for-rcb-after-ipl-playoffs-qualification-5698429

২০১৬ চনত মালিয়াৰ বিৰুদ্ধে ঋণ পৰিশোধ নকৰাৰ অভিযোগ উত্থাপন হৈছিল। তেতিয়াৰ পৰা তেওঁ বিদেশত আছে। ২০১৬ চনৰ পৰা আৰচিবিৰ মালিকীস্বত্বও সলনি হৈছে। এতিয়া এই দলৰ লগত মালিয়াৰ কোনো সম্পৰ্ক নাই। ইয়াৰ পিছতো এই পোষ্টটোৰ পৰা স্পষ্ট যে তেওঁ নিজৰ পুৰণি দলটোৰ খবৰ ৰাখে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd