• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অমিতাভ বচ্চন আৰু অভিষেক বচ্চন শীঘ্ৰে সুস্থ হৈ উঠাৰ কামনা ছাহিদ আফ্ৰিদীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 13, 2020 3:55 pm

1 min read

অমিতাভ বচ্চন আৰু অভিষেক বচ্চন শীঘ্ৰে সুস্থ হৈ উঠাৰ কামনা ছাহিদ আফ্ৰিদীৰ
13.3k
VIEWS
Share on FacebookShare on Twitter

পকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ছাহিদ আফ্ৰিদীয়ে বলিউদৰ মহানায়ক অমিতাভ বচ্চন আৰু অভিষেক বচ্চন শীঘ্ৰে সুস্থ হৈ উঠাৰ কামনাৰে টুইট কৰিছে।

যোৱা শুকুৰবাৰে নিশা অমিতাভ আৰু অভিষেকৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। তদুপৰি শনিবাৰে ঐশ্বৰ্য্য ৰায় বচ্চন আৰু আৰাধ্যা বচ্চনো ক’ৰ’নাত আক্ৰান্ত হয়।

এই খবৰৰ পিছতে বি এম চিয়ে অভিনেতাগৰাকীৰ চাৰিওটা ঘৰ ছীল কৰাৰ লগতে বাহিৰখন কনটেইনমেণ্ট জ’ন কৰিছিল।

অমিতাভ বচ্চন আৰু তেওঁ পৰিয়াল ক’ভিড পজিটিভ হোৱাৰ খবৰে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। দেশৰ প্ৰতিটো কোণৰ পৰাই তেওঁৰ অনুৰাগী সকলে শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে।

ছাহিদ আফ্ৰিদীয়ে টুইটযোগে কয়, ‍‘অমিতাভ বচ্চন আৰু অভিষেক বচ্চনক শুভকামনা। আশা কৰো অতি শীঘ্ৰে সুস্থ হৈ উঠিব’।

আফ্ৰিদীৰ উপৰি প্ৰাক্তন পাকিস্তানী বেগী বলাৰ ছোৱাইব আখতাৰেও অমিতাভ আৰু তেওঁৰ পৰিয়াল ক’ভিড-১৯ ৰ পৰা শীঘ্ৰে সুস্থ হৈ উঠাৰ কামনা কৰে।

উল্লেখ্য যে ভাৰতত যোৱা ২৪ ঘণ্টাত ২৮,৭০১ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ৫০০ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

দেশত এই পৰ্যন্ত ৮,৭৮,২৫৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰে ৫,৫৩,৪৭১ গৰাকী ৰোগী সুস্থ হৈ উঠিছে যদিও ৩,০১,৬০৯ গৰাকী ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে।

ইফালে দেশত এই পৰ্যন্ত সৰ্বমুঠ ২৩,১৭৪ গৰাকী ৰোগী ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd