DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কৰ’ণাত আক্ৰান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া, চিকিৎসালয়ত ভৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2022 7:20 pm
HD Deve Gowda
157
VIEWS
Share on FacebookShare on Twitter

ক’ভিদত আক্ৰান্ত হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জনতা দল (চেকুলাৰ)ৰ সভাপতি এইচ ডি দেৱগৌড়া। বৰ্তমান তেওঁ বেংগালুৰুৰ মণিপাল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই বৰ্তমান প্ৰাক্তন প্ৰধানমন্ত্ৰীজন সুস্থিৰ অৱস্থাত আছে বুলি জানিবলৈ দিয়ে।

“এইচডি দেৱগৌড়াক ২১ জানুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তেতিয়াৰ পৰা সুস্থিৰ হৈ আছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা স্বাভাৱিক সীমাৰ ভিতৰত আছে আৰু তেওঁ চিকিৎসাৰ প্ৰতি সঁহাৰি দি আহিছে।” চিকিৎসালয় কৰ্তৃপক্ষই কয়।

চিকিৎসালয় কৰ্তৃপক্ষই লগতে দেৱগৌড়াৰ স্বাস্থ্য নিৰন্তৰ নিৰীক্ষণ কৰা হৈছে বুলি উল্লেখ কৰে।

এইচডি দেৱগৌড়াৰ কাৰ্যালয়ে আজি দুপৰীয়া নিশ্চিত কৰিছিল যে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ শৰীৰত ক’ভিদ পজিটিভ ধৰা পৰিছে। কিন্তু তেওঁৰ শৰীৰত কোনো লক্ষণ নাই আৰু তেওঁৰ স্বাস্থ্য স্থিৰ।

টুইটাৰযোগে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইয়েও এই কথা নিশ্চিত কৰে আৰু দেৱগৌড়াৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।

উল্লেখ্য যে দ্বিতীয়বাৰৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীজন ক’ভিদ-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে। ইয়াৰ পূৰ্বে যোৱা বৰ্ষৰ ৩১ মাৰ্চত দেৱগৌড়া আৰু তেওঁৰ পত্নী চেন্নাম্মা ক’ভিদত আক্ৰান্ত হৈছিল আৰু দুয়োকে বেংগালুৰুৰ মণিপাল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd