• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমলৈ আহিব বাজপেয়ীৰ চিতাভস্ম, গুৱাহাটীত ক’ত জনাব পাৰিব শ্ৰদ্ধাঞ্জলি?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 21, 2018 5:34 pm

1 min read

Atal-Bihari-Vajpayee
66
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে অসম পাবহি সদ্যপ্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ চিতাভস্ম। বৃহস্পতিবাৰে অসমৰ ব্ৰহ্মপু্ত্ৰ আৰু বৰাক নৈত বাজপেয়ীৰ অস্থি বিসৰ্জন দিয়া হ’ব।

দিল্লীৰ পৰা গুৱাহাটীলৈ প্ৰদেশ বিজেপি সভাপতি ৰঞ্জিত দাসে কঢ়িয়াই আনিব লগা অস্থি দিনৰ ২:৩০ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত গ্ৰহণ কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বিমান বন্দৰৰ পৰা সমদল কৰি বিজেপিৰ পিতামহগৰাকীৰ অস্থি হেঙেৰাবাৰীত থকা মুখ্য কাৰ্য্যালয় বাজপেয়ী ভৱনলৈ নিয়াৰ পিছত বুধবাৰে নিশাটো কাৰ্বি ভৱনৰ খেল পথাৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰখা হ’ব।

আনহাতে মন্ত্ৰী ৰঞ্জিত দত্তৰ নেতৃত্বত এটা দলে বৰাকত অস্থি বিসৰ্জন দিব। দত্তৰ নেতৃত্বত যাব লগা দলটোত প্ৰবীণ বিজেপি নেতা নাৰায়ণ বৰকটকীৰ লগতে ছুম ৰংহাং, ডঃ ৰাজদ্বীপ ৰয়, বিমল অচৱাল আৰু বিশ্বৰূপ ভট্টাচাৰ্য্যও থাকিব।

অস্থি বিসৰ্জনৰ পিছত অহা ২৭ আগষ্টত গুৱাহাটীৰ  শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd