• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মই অসমীয়া” বিতৰ্কক লৈ প্ৰতিক্ৰিয়া অসম সাহিত্য সভাৰ প্ৰাঃ সঃ পৰমানন্দ ৰাজবংশীৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 22, 2020 5:37 pm
Former president of Asom Sahitya Sabha Rajbangshi reacts over "Moi Asomiya'' controversy

পৰমানন্দ ৰাজবংশী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কবি চৈয়দ আব্দুল মালিকৰ “মই অসমীয়া” কবিতাটি সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট দিছিল মঙ্গলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ৰূপা ৰাণীয়ে৷

তেওঁ প্ৰয়াত কবিগৰাকীয়ে মোগল বন্দনা কৰা বুলি ফেচবুকত পোষ্ট দিছিল। এই পোষ্টৰ পিচতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল৷

Apply Now

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃপৰমানন্দ ৰাজবংশীয়ে৷

সমগ্ৰ বিশ্বৰ মহা সংকটৰ সময়ত নামে কামে অসমীয়া চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া‘ কবিতাটিৰ সন্দৰ্ভত দুই একৰ মতামত দেখি আমাৰ পুতৌ উপজিছে বুলি মন্তব্য কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃপৰমানন্দ ৰাজবংশীয়ে৷

তেওঁ কয় কবিতাটো পঢ়ি অনুপ্ৰাণিত হৈ দৰঙৰ আন এগৰাকী অসমীয়া সাহিত্যিক এম ইব্ৰাহিম আলিয়ে ‘তুমি যদি অসমীয়া‘ কবিতা লিখিছিল।

“দুয়োটা কবিতাই অসমীয়া কাব্য কাননৰ সুন্দৰ দেশপ্ৰেমমূলক দুটি সুগন্ধি পুষ্প। আমাৰ অসম– গৌৰৱ সাহিত্যিকগৰাকী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,” ৰাজবংশীয়ে কয়৷

আনহাতে এই মহৎ কবিতাটিক লৈ কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নকৰিবলৈ আহ্বান জনায় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে৷

তেওঁ লগতে কয় আমাৰ দেহ–মনৰ ৰন্ধে ৰন্ধে এই কবিতাৰ অনুৰণন প্ৰবাহিত। অসমীয়া জাতীয়তাবাদী চিন্তা–চেতনাৰ এক ফল্গু–উৎস ‘মই অসমীয়া‘।

ইপিনে উল্লিখিত কবিতা দুটি বুজিবলৈ অসমৰ্থ কোনো অসমীয়া শিক্ষিত লোক যদি আছে তেনে অনাখৰী লোকক বুজাবলৈ কেইগৰাকীমান অষ্টম–দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ–ছাত্ৰী আমাৰ সৈতে সাজু হৈ আছে বুলি মন্তব্য কৰে ৰাজবংশীয়ে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd