• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোকসভাত আসনৰ সংখ্যা বৃদ্ধি কৰি ১০০০ কৰা উচিত: প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জী

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , December 17, 2019 9:53 am

1 min read

pranab

প্রাক্তন ৰাষ্ট্রপতি প্ৰনব মুখাৰ্জী। ফাইল ফটো

2.8k
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জীয়ে লোকসভা আৰু ৰাজ্যসভাত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ সপক্ষে মত প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতত নিৰ্বাচিত প্ৰতিনিধিৰ কাৰনে ইয়াৰ সমষ্টিসমূহৰ আয়তন বহু ডাঙৰ।

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে অটল বিহাৰী বাজপেয়ীক ভাৰতৰ এগৰাকী মহান সন্তান বুলিও মন্তব্য কৰে।

ইণ্ডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত দ্বিতীয় অটল বিহাৰী বাজপেয়ী স্মৃতি বক্তৃতা প্ৰদান কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনব মুখাৰ্জীয়ে কয়,’’লোকসভাৰ আসনৰ সংখ্যা ৫৪৩ৰ পৰা বৃদ্ধি কৰি ১০০০কৰা উচিত। তদুপৰি, ৰাজ্যসভাৰ শক্তিও বৃদ্ধি কৰা উচিত।‘’

তেওঁ লগতে কয় যে জনসাধাৰণে কিছুমান দলক সংখ্যা গৰিষ্ঠতা দিছে যদিও ভাৰতৰ নিৰ্বাচনী ইতিহাসত ভোটদাতাসকলে সংখ্যগৰিষ্ঠভাৱে কোনো এটা দলকে সমৰ্থন কৰা নাই।

প্ৰনব মুখাৰ্জীয়ে কয় যে লোকসভাৰ ক্ষমতা ১৯৭৭চনত সংশোধন কৰা হৈছিল। সেয়া ১৯৭১চনৰ লোকপিয়লৰ আধাৰত কৰা হৈছিল। সেই সময়ত জনসংখ্যা আছিল ৫৫কোটি আছিল। কিন্তু এতিয়া জনসংখ্যা দুগুণতকৈয়ো বৃদ্ধি পাইছে। সেই হিচাপে লোকসভাৰ শক্তি ১০০০ কৰি দিয়া উচিত।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd