• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি পদৰ বাবে যোগ্য নহয়; জন বল্টনৰ মন্তব্যত আমেৰিকা তোলপাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2020 10:03 am
john bolton

আমেৰিকাৰ প্ৰাক্তন সুৰক্ষা উপদেষ্টা জন বল্টন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ প্ৰাক্তন সুৰক্ষা উপদেষ্টাই কৰা এক মন্তব্যৰ বাবে সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰতে এতিয়া এক ৰাজনৈতিক জোকাৰণিৰ সৃষ্টি হৈছে।

আনহাতে, ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সন্মুখত দেখা দিছে আন এক সমস্যাই।

Apply Now

সম্প্ৰতি আমেৰিকাত তিনিটা সমস্যাই দেশখনক অস্থিৰ কৰি ৰাখিছে। সেয়া হ’ল কৰ’না ভাইৰাছ, বৰ্ণবাদ আৰু আৰক্ষীৰ বৰ্বৰতা।

কিন্তু শেহতীয়াকৈ দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাগৰাকীয়ে সৃষ্টি কৰিছে আন এক সমস্যাৰ।

প্ৰাক্তন ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বল্টনে মন্তব্য কৰিছে যে দেশখনক নেতৃত্ব দিয়াৰ বাবে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প যোগ্য নহয়।

বল্টনৰ এনে মন্তব্যৰ প্ৰতি সমৰ্থন জনাইছে ডেম’ক্ৰেট নেতা নেন্সি পেলোচিয়ে।

আমেৰিকাৰ হাউছ অফ ৰিপ্ৰেজেন্টেটিভৰ অধ্যক্ষ পেলচিয়ে কয় যে এই কথা স্পষ্ট হৈ পৰিছে যে ডোনাল্ড ট্ৰাম্প নৈতিকতাৰ দৃষ্টিৰে তথা বৌদ্ধিকভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ বা হৈ থকাৰ বাবে যোগ্য নহয়।

প্ৰাক্তন ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বল্টনে তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছে যে ৰিপাব্লিকান নেতা তথা দেশৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কেইবাটাও ভুল কাম কৰিছে। ইয়াৰ ভিতৰত এটা হৈছে তেওঁ চীনৰ ৰাষ্ট্ৰপতি সি জিনপিঙৰ পৰা নিৰ্বাচন জয়ী হ’বলৈ লহায় বিচাৰিছে।

উল্লেখযোগ্য যে জন বল্টনে লিখা গ্ৰন্থখন এতিয়াও বজাৰলৈ অহা নাই যদিও ইয়াৰ কিছু অংশ ফাদিল হৈ পৰিছে আৰু ইয়ে দেশখনত ধুমুহাৰ সৃষ্টি কৰিছে।

ইপিনে, ডোনাল্ড ট্ৰাম্পৰ সহযোগী হিচাপে পৰিচিত ৰিপাব্লিকান পাৰ্টিৰ নেতা কেবিন মেক্কাৰ্থীয়ে কয় যে বল্টনে নিজৰ গ্ৰন্থৰ বিক্ৰী বৃদ্ধি কৰাৰ বাবে জানিবুজিয়েই এনে স্পৰ্শকাতৰ মন্তব্য কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd