• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘আই বি’ৰ মুৰব্বী পদত শোণিতপুৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 27, 2019 10:08 am

1 min read

‘আই বি’ৰ মুৰব্বী পদত শোণিতপুৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ

ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

1.2k
VIEWS
Share on FacebookShare on Twitter

দেশৰ অন্যতম প্ৰধান চোৰাংচোৱা সংস্থা ইনটেলিজেন্স ব্যুৰ’ (আই বি)ৰ মুৰব্বী পদত অধিষ্ঠিত শোণিতপুৰ জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ। কুমাৰ ১৯৮৪ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া আছিল।

বুধাবাৰে প্ৰধান মন্ত্ৰী মোদীৰ অধ্যক্ষতাত কেবিনেট নিযুক্তি কমিটীয়ে দেশৰ দুই শীৰ্ষ চোৰাংচোৱা সংস্থা ‘আই বি’ আৰু ‘ৰ’ৰ দুই নতুন মুৰব্বীক নিযুক্তি দিয়ে।

ইয়াৰে অৰবিন্দ কুমাৰক ইনটেলিজেন্স ব্যুৰ’ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে বালাকোটৰ ছাৰ্জিকেল আক্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ ভুমিকা লোৱা সামন্ত গোৱেলক ৰিছাৰ্চ এণ্ড এনালাইছিছ উইং অৰ্থাৎ ‘ৰ’ৰ সঞ্চালক হিচাপে নিয়োগ কৰা হয়।

দুয়োগৰাকী বিষয়াই অহা ৩০ জুনত দুবছৰীয়া স্থায়ী কাৰ্যকালৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিব। বৰ্তমানৰ ‘আই বি’ৰ সঞ্চালক অনিল ধাছমানা আৰু ‘ৰ’ৰ সঞ্চালক ৰাজীৱ জৈনৰ যোৱা ডিচেম্বৰতে নিৰ্দিষ্ট কাৰ্যকাল অন্ত পৰিছিল যদিও ৬ মাহৰ বাবে তেওঁলোকৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল।

উল্লেখযোগ্য যে শোণিতপুৰৰ প্ৰাক্তন আৰক্ষী অধিক্ষক অৰবিন্দ কুমাৰে ১৯৯১ চনৰ পৰা ‘আই বি’ৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। পূৰ্বে মাওবাদী নিয়ন্ত্ৰণ ডেস্কৰ দায়িত্বত থকা কুমাৰ বৰ্তমান তেওঁ ‘আই বি’ৰ কাশ্মীৰ বিভাগৰ বিশেষ সঞ্চালকৰ দায়িত্বত আছে।

Recent News

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

ajit

চীনৰ সৈতে সংঘাতৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাললৈ ফোন মাৰ্কিন নিৰাপত্তা উপদেষ্টাৰ

DEEP

লাল কিল্লাৰ হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd