• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, ৰাজপৰিয়ালৰ সন্তান, ৰে’লৰ বাবে অপেক্ষা ষ্টেচনত! মন জয় কৰিলে গজপতিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2024 1:40 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হায়দৰাবাদ ষ্টেচনত পৰিয়ালৰ সৈতে ৰে’লৰ বাবে অপেক্ষা কৰি আছে এজন বয়স্ক ব্যক্তি। দেখাত এই ছবিখনত কোনো অস্বাভাৱিক কথা নাই। স্বাভাৱিকভাৱে বিস্মিত হোৱাৰ বিষয়ো নহয়। কিন্তু অপেক্ষাৰত ব্যক্তিজন যদি এজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হয় আৰু যদি তেওঁ কোনো বিখ্যাত ৰাজপৰিয়ালৰ সদস্য হয়, তেন্তে মনত কিছু প্ৰশ্নই দোলনি দি যোৱাটো অৱশ্যেই স্বাভাৱিক।

ষ্টেচনত অপেক্ষা কৰি থকা এই বয়স্ক যাত্ৰীজনৰ নাম অশোক গজপতি ৰাজু। মোডী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত (২০১৪-২০১৮) বিজয়নগৰম ৰাজপৰিয়ালৰ এই সন্তানে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্ব চম্ভালিছিল।

এটা সময় আছিল যেতিয়া ৰাজনীতিৰ ক্ষেত্ৰখনত ইমান টকা অহা নাছিল। ৰাজনীতিবিদসকলকো আন পাঁচজন সাধাৰণ মানুহৰ দৰে দেখা গৈছিল। ব্যতিক্ৰম তেতিয়া যেনেদৰে আছিল, এতিয়াও আছে। কিন্তু পাৰ্থক্যটো হ’ল, সেই সময়ত সেই নেতাসকল ব্যতিক্ৰমী আছিল, যিসকলে পাঁচজন সাধাৰণ মানুহৰ লগত মিলি গ’লেও নিজৰ পদৰ গৌৰৱ এৰিব পৰা নাছিল। দেখাত সমান হ’লেও পদৰ মৰ্যাদা সদায় জিলিকাই ৰাখিছিল আৰু বুজাই দিয়ে, তেওঁ বেলেগ!

Apply Now

লগতে পঢ়কঃ ‘মেই অটল হু’ ছবি মুক্তিৰ পিছতে অভিনয় এৰিব পংকজ ত্ৰিপাঠীয়ে? কিয় ল’লে এই সিদ্ধান্ত?

আৰু এতিয়া তাৰ সম্পূৰ্ণ ওলোটা হৈছে। শেহতীয়াকৈ নেতা, মন্ত্ৰী মানে সাধাৰণ মানুহতকৈ বেলেগ কিবা এটা। আৰু যাক সাধাৰণ মানুহৰ পৰা পৃথক কৰিব নোৱাৰি, তেওঁৱেই আজি ব্যতিক্ৰম। যেনে তেলেগু দেশম পাৰ্টিৰ জ্যেষ্ঠ নেতা অশোক গজপতি ৰাজু।

২০১৪ চনত যেতিয়া মোডী চৰকাৰ ক্ষমতালৈ আহিছিল, তেতিয়া সেই কাৰ্যকালৰ বেছিভাগ সময় তেওঁ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী আছিল। তেওঁৰ আন এক পৰিচয় আছে। বিখ্যাত বিজয়নগৰম ৰাজপৰিয়ালৰ সদস্য। প্ৰথমে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, দ্বিতীয়তে ৰাজপৰিয়ালৰ সন্তান, কোনেইবা বুজিব পাৰিছিল যে এই অশোক ব্যতিক্ৰম হ’ব।

Ashok Gajapathi Raju, a king in his own right, waiting for a train to go back home like a commoner at the Hyderabad Railway station. He is an epitome of honesty and integrity, always doing what is best for people. Power never corrupts him.
This is Telugu Desam for you! pic.twitter.com/age1Ml8YO3

— Telugu Desam Party (@JaiTDP) January 10, 2024

কিছু ছবি ছচিয়েল মিডিয়াত বিয়পি পৰিছে। য’ত দেখা গৈছে, হায়দৰাবাদ ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰি পৰিয়ালৰ সদস্যৰ সৈতে বহি আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। প্ৰতিটো ষ্টেচনৰ খুঁটাবোৰৰ চাৰিওফালে যি চিমেণ্টৰ বেদী থাকে তাত তেওঁক বহি থকা দেখা গৈছে নীলা ৰঙৰ জেকেট পিন্ধি। কাষতে সৰু ল’ৰা এটা। সম্ভৱতঃ গজপতিৰ নাতি। আন এগৰাকী বৃদ্ধাকো দেখা গৈছে। তেওঁ  চাগে গজপতিৰ পত্নী।

লগতে পঢ়কঃ বিভ্ৰান্তিকৰ বিজ্ঞাপন! কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ কেন্দ্ৰৰ; ৩১ টা চেন্টাৰৰ বিৰুদ্ধে জাননী জাৰি

তেওঁলোকৰ প্ৰত্যেককে অতি স্বাভাৱিকভাৱে ষ্টেচনত ৰে’লখনৰ বাবে অপেক্ষা কৰি থকা দেখা যায়। এনে পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত বহু লোকে বৰ্তমানৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীৰ কথা সোঁৱৰাই দিছে। তেওঁ হৈছে জ্যোতিৰাদিত্য সিন্ধিয়া। ৰাজনীতিৰ ক্ষেত্রত ‘মহাৰাজা’ নামেৰে সৰ্বাধিক পৰিচিত। শুনা যায় যে তেওঁৰ আচৰণো হেনো সেই নামৰ লগত খাপ খাই পৰা। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd