• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাল খবৰ:আউনীআটী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

সীমা বিবাদ সন্দৰ্ভত যোৰহাট আৱৰ্ত ভৱনত নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিৰ্মলেন্দু পাঠক, টীয়ক by নিৰ্মলেন্দু পাঠক, টীয়ক
November 21, 2021 5:07 pm
191
VIEWS
Share on FacebookShare on Twitter

আজি টীয়ক সমষ্টিত কেইবাটাও কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।

যোৰহাট আৱৰ্ত ভৱনত পুৱা নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি টীয়কৰ কলিয়াপানীস্থিত আউনীআটী শাখা সত্ৰৰ আউনীআটী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। চৰকাৰৰ নতুন শিক্ষা নীতিৰ আধাৰত ঐতিহ্য আৰু আধুনিকতাৰ দৃষ্টিৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰই স্থাপন কৰিবলৈ লৈছে আউনীআটী বিশ্ববিদ্যালয়।

প্ৰাৰম্ভিক কামকাজ চলি আছে আৰু আজি টীয়কৰ কলিয়াপানীস্হিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰাংগণত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হয় ।

উল্লেখযোগ্য যে প্ৰাচীন ভাষা, স্থাপত্য, ভাস্কৰ্য, চিকিৎসা বিদ্যা,বিজ্ঞান, প্ৰযুক্তি, জ্যোতিষ আৰু জ্যোতি বিজ্ঞান, অলংকাৰ শাস্ত্ৰ আদি বিষয়সমূহৰ অধ্যয়ন আৰু গৱেষণাৰ ব্যৱস্থা থাকিব এই বিশ্ববিদ্যালয়ত।লগতে আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ কাৰ্যালয় সত্ৰনগৰী মাজুলীত হ’ব আৰু উপাচাৰ্য , পঞ্জীয়কৰ কাৰ্যালয় সমন্বিতে বিভিন্ন বিভাগৰ শ্ৰেণীকক্ষ, আলোচনা কক্ষ, পুথিভঁৰাল আদি স্থাপন কৰা হ’ব টীয়কৰ কলীয়াপানীস্থিত শাখা সত্ৰত।

সেয়ে এই বৃত্তিমূলক শিক্ষাৰ যোগেদি অনাগত দিনত সমগ্ৰ ৰাজ্যখনতে শিক্ষাখণ্ডত এক নতুন দিগন্তৰ সুচনা হ’ব বুলি মন্তব্য কৰাৰ লগতে ৰাজ্য চৰকাৰে পাঁচ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অসমবাসীৰ সহায় সহযোগিতা কামনা কৰিছে ।

ইপিনে ঐতিহাসিক লাচিত বৰফুকন মৈডামত উপস্থিত হৈ বীৰজনাৰ মৈডাম তথা প্ৰতিমূৰ্তিত সেৱা জনোৱাৰ লগতে মৈডাম প্ৰাংগণ উন্নয়নৰ বাবে এক কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে।

Recent News

ইজৰাইলী টেংকৰ টোপ চালনা : গাজাত মৃত্যু ২৬ জনৰ

ইজৰাইলী টেংকৰ টোপ চালনা : গাজাত মৃত্যু ২৬ জনৰ

গালি-গালাজ কৰাটো কাৰোবাক নিজৰ জীৱন ল’বলৈ উচটনি দিয়াৰ সমান নহয়! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

গালি-গালাজ কৰাটো কাৰোবাক নিজৰ জীৱন ল’বলৈ উচটনি দিয়াৰ সমান নহয়! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

হত্যাকাৰী চিকিৎসক! কোভিড ৰোগীক হত্যা কৰাৰ নিৰ্দেশ, ভাইৰেল অডিঅ’

হত্যাকাৰী চিকিৎসক! কোভিড ৰোগীক হত্যা কৰাৰ নিৰ্দেশ, ভাইৰেল অডিঅ’

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd