• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহলীয়াপাৰা মাজবাট আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন

ছাজিদ খান ছাজিদ খান
ওদালগুৰি , November 23, 2018 6:26 pm

1 min read

IMG-20181123-WA0007
493
VIEWS
Share on FacebookShare on Twitter

বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে আজি ২৩ নৱেম্বৰ শুকুৰবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ সমীপস্থ মহলীয়াপাৰা মাজবাট আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই আদৰ্শ চিকিৎসালয়খন ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত নিৰ্মাণ কৰা হৈছে।

মাজবাটৰ বিধায়ক চৰণ বড়োৰ অধ্যক্ষতাত জিলা স্বাস্থ্য সমাজে আয়োজন কৰা সভাখনত বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে কয় যে এই আদৰ্শ চিকিৎসালয়খনৰ বাবে এই অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল।

তেওঁ আৰু কয় যে এই আদৰ্শ চিকিৎসালয়খনে এই ঠাইত বাস কৰা বড়ো, আদিবাসী, ৰাভা আৰু ৰাজবংশী সম্প্ৰদায়ৰ জনসাধাৰণৰ প্ৰয়োজন পূৰ্ণ কৰিব। তেওঁ কয় যে আদৰ্শ চিকিৎসালয়খনে স্থানীয় ৰাইজক সকলো সুবিধা প্ৰদান কৰিব। বিটিচিৰ কাৰ্যবাহী সদস্য মিঠাৰাম বসুমতাৰী, বিটিচিৰ এমচিএলএ জিতু কিষান, ওদালগুৰিৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড০ তৈয়েবুৰ ৰহমান, এনএইচ্চ বিষয়া ড০ এচি বৈশ্য আৰু আন আন বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd