• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

NE NOW NEWS মৃদুল প্ৰীতম ডেকা
শুৱালকুছি , January 28, 2021 11:48 am

1 min read

Sualkusi
286
VIEWS
Share on FacebookShare on Twitter

অতি শীঘ্ৰেই শুৱালকুছিৰ প্ৰস্তাৱিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম শুভাৰম্ভ কৰা হ’ব।

বস্ত্ৰনগৰী শুৱালকুছিত অহা ১০ দিনৰ ভিতৰতে স্থাপন কৰা হ’ব প্ৰস্তাৱিত শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা। এই কথা জানিবলৈ দিয়ে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে।

উল্লেখ্য যে শুৱালকুছিৰ ১০০ বিঘা ভূমি সামৰি স্থাপন হ’ব প্ৰস্তাৱিত অভিযান্ত্ৰিক মহাবিদ্যালয়।

শুৱালকুছি মুগা গোপাচাৰৰ ১০০ বিঘা ভূমি অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰাৰ বাবে অৱন্টন দিয়া হৈছে।

বৃহস্পতিবাৰে কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে জিলা প্ৰশাসনৰ এটা দলে পৰিদৰ্শন কৰে প্ৰস্তাৱিত অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন লবলগীয়া স্থান।

আশা কৰা হৈছে শুৱালকুছিত স্থাপন হ’বলগীয়া অভিযান্ত্ৰিক মহাবিদ্যালয়খনে অসমৰ অভিযান্ত্ৰিক শিক্ষাক আৰু এখোজ আগুৱাই নিব।

Recent News

index.jpgb

২০২১ৰ নিৰ্বাচন : ৪,৪৭,২৬১ গৰাকী ভোটাৰে ৯০২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব মৰিগাঁৱত

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd