DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এপিএছচি কেলেংকাৰি : চাৰিজন এ পি এছ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 1, 2018 8:46 am
550250-apsc-678x381-1-570x320-1-1
749
VIEWS
Share on FacebookShare on Twitter

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিত অভিযুক্ত আৰু চাৰিজন আৰক্ষী সেৱাৰ বিষয়াক চাকৰি পৰা বৰ্খাস্ত কৰা হৈছে।

বৰ্তমান কাৰাবন্দী হৈ থকা নিলম্বিত অধ্যক্ষ ৰাকেশ পাল বাহিনীক উপঢৌকন দি  লোকসেৱা আয়োগৰ বাছনিত উঠি চাকৰি লাভ কৰা চাৰিজন এ পি এছ বিষয়াক ৰাজ্য চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

‘আছাম পুলিচ ছাৰ্ভিচ ৰুল্‌ছ, ১৯৬৬’ উলংঘা কৰাৰ অভিযোগত শুকুৰবাৰে ৰাজ্য চৰকাৰে কবিতা দাস, ভাৰ্গৱ ফুকন, পল্লৱী শৰ্মা আৰু গুলছন ডাউলাগপুক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।

কবিতা দাস ডিব্ৰুগড়ৰ টেঙাখাতস্থিত অসম আৰক্ষীৰ ১৯ নং বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক, ভাৰ্গৱ ফুকন মানকাচৰস্থিত অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক, পল্লৱী শৰ্মা ২৫ নং বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক আৰু গুলছন ডাউলাগপু ২৩ নং বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক পদত নিয়োজিত হৈ আছিল।

অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তত গ্ৰেপ্তাৰ হোৱা চাৰিওজন বিষয়াই জালিয়াতিৰ অভিযোগত বৰ্তমান কাৰাবন্দী হৈ আছে।

উল্লেখযোগ্য যে চাকৰিৰ পৰা বৰ্খাস্ত হোৱা পল্লৱী শৰ্মা বিজেপিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ কন্যা।

Recent News

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

অসমীয়াৰ মননশীলতা

অসমীয়াৰ মননশীলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd