• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৪ দিন পাৰ হ’ল, সন্ধান নাই দিচাংমুখৰ ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটা দুই যুৱতীৰ

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , December 20, 2018 7:44 am

1 min read

সলিল সমাধি ঘটা দুই যুৱতী
136
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৬ ডিচেম্বৰত শিৱসাগৰৰ দিচাংমুখৰ অফলা ঘাটত ব্ৰহ্মপুত্ৰত পৰি সলিল সমাধি ঘটা দুই যুৱতীৰ আজি ৪ দিন পাৰ হৈ যোৱাৰ পিছতো সন্ধান ওলোৱা নাই।

যুৱতীদুগৰাকীক বিচাৰি এছ ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বেয়া বতৰৰ বাবে ১৭ জনীয়া এছ ডি আৰ এফৰ দলটো জিলা আৰক্ষী অধীক্ষক শুভলক্ষী দত্ত, শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জিত লহকৰ আৰু দিচাংমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিত সোণোৱালৰ নেতৃত্বত ৩টা ভাগত ভাগ কৰি অভিযান চলাই থকা হৈছে।

অভিযানকাৰী দলকেইটাই এতিয়ালৈকে নিমাতিঘাট, জাঁজিমুখ, শালমৰা, শৰগুৰি চাপৰি, বনৰীয়া চাপৰি, কুমলিয়া চাপৰি, ৰূপহিমুখ আৰু দিখৌমুখ উদ্ধাৰ অভিযান চলাইছে।

উল্লেখযোগ্য যে দেওবাৰে পূজা সামগ্ৰী পেলাবলৈ আহি ব্ৰক্ষ্মপুত্ৰৰ গৰাৰ পৰা পিছল খাই পৰি সলিল সমাধি ঘটিছিল দিচাংমুখ অফলা গাঁৱৰ কালমন ছেত্ৰীৰ ১৭ বছৰীয়া কন্যা অঞ্জলি ছেত্ৰী আৰু দিচাংমুখত  বিয়া খাবলৈ অহা ডুমডুমাৰ ফিল’বাৰীৰ আৰতি ছেত্ৰীৰ। দুয়োগৰাকী ছাত্ৰী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী আছিল।

Recent News

Gautam Gambhir

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ ব্যক্তিগত অনুদান গৌতম গম্ভীৰৰ পৰিয়ালৰ

ponting on Indian victory

দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলৰ হাতত বিধ্বস্ত কেংগেৰু বাহিনী! কিয় হজম হোৱা নাই ৰিকি পন্টিঙৰ?

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd