• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

সকলো দুস্কৃতিকাৰী গেংষ্টাৰ দীপক নন্দলৰ সহযোগী শ্বুটাৰ। বৰ্তমান বিদেশৰ পৰা দীপকে তেওঁৰ অপৰাধমূলক কামকাজ চলাই আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2026 11:34 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত হৈছে চাৰিজন দুস্কৃতিকাৰী। নিহত আটাইকেইজনেই এটা গেংষ্টাৰ গোটৰ সদস্য। গুৰুগ্ৰামৰ সুশান্ত লোক ফেজ-২ এলেকাত এই এনকাউণ্টাৰত ক্ৰাইম ব্ৰাঞ্চৰ তিনিজন আৰক্ষীও আহত হয়। গেংষ্টাৰ গোটৰ এজন সদস্য গুলীবিদ্ধ হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

গুৰুগ্ৰাম আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে সকলো দুস্কৃতিকাৰী গেংষ্টাৰ দীপক নন্দলৰ সহযোগী শ্বুটাৰ। বৰ্তমান বিদেশৰ পৰা দীপকে তেওঁৰ অপৰাধমূলক কামকাজ চলাই আছে। চাৰিজনৰ মৃতদেহৰ উপৰিও পাঁচটা অটোমেটিক আগ্নেয়াস্ত্ৰও উদ্ধাৰ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

Apply Now

গুৰুগ্ৰামৰ সহকাৰী আৰক্ষী আয়ুক্ত ধৰমবীৰ সিঙে জানিবলৈ দিয়া মতে, এখন বাহনত অস্ত্ৰধাৰী লোকৰ সন্দেহজনকভাৱে চলাচল কৰাৰ তথ্য আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ পৰা ক্ৰাইম ব্ৰাঞ্চে লাভ কৰে।

ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে সুশান্ত লোক অঞ্চল পোৱাৰ ঠিক আগতেই দুষ্কৃতিকাৰীসকলে অত্যাধুনিক আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰি এজন ব্যৱসায়ীৰ ঘৰত গুলীচালনা আৰম্ভ কৰে। ইয়াৰ পিছত আৰক্ষীৰ ওপৰতো তেওঁলোকে গুলীচালনা আৰম্ভ কৰে। সেই সংঘৰ্ষত চাৰিটা দুষ্কৃতিকাৰী নিহত হয়।

আৰক্ষীয়ে জনোৱা মতে, তালৈ যোৱাৰ পিছত ক্ৰাইম ব্ৰাঞ্চৰ বিষয়াসকলে দুষ্কৃতিকাৰীক সকীয়াই দিয়ে। তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈও কোৱা হৈছিল। কিন্তু তেওঁলোকে আৰক্ষীৰ ওপৰত গুলীচালনা কৰি পলাবলৈ চেষ্টা কৰে।

ইয়াৰ পিছত ক্ৰাইম ব্ৰাঞ্চৰ বিষয়াসকলে আত্মৰক্ষাৰ বাবে আৰু তেওঁলোকক কৰায়ত্ত কৰিবলৈ গুলীচালনা কৰে। ইয়াত দুষ্কৃতিকাৰী গোটৰ পাঁচজন গুলীয়াই গুলীবিদ্ধ হয়। চিকিৎসালয়লৈ অনাৰ পিছত চিকিৎসকে চাৰিজনক মৃত ঘোষণা কৰে। গোটটোৰ আন এজন সদস্য এতিয়াও চিকিৎসাধীন হৈ আছে।

এই ঘটনাত তিনিজন আৰক্ষী জোৱানো গুলীবিদ্ধ হয়। তেওঁলোকো বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

জানিব পৰা মতে, সুশান্ত লোক অঞ্চলৰ বাসিন্দা ব্যৱসায়ীজনক কেইবাবাৰো বিদেশত থকা গেংষ্টাৰৰ পৰা ভাবুকিমূলক ফোন আহিছিল। তেওঁক বিপুল পৰিমাণৰ ধন দাবী কৰি ফোন কৰা হৈছিল। সূত্ৰসমূহে জনোৱা মতে, ব্যৱসায়ীজনক দাবী কৰা ধন নিদিলে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব বুলি ভাবুকিও দিয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd