• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰ্মান্তিক! কেন্সাৰত ঘৰৰ ডাঙৰ সন্তানৰ মৃত্যু; শোক সহিব নোৱাৰি গণ-আত্মহত্যা পৰিয়ালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2020 9:24 am
WhatsApp Image 2020-12-08 at 8.36.28 AM

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা মৃত্যু আৰু ইয়াৰ লগে লগে যৱনিকা পৰিল এটা পৰিয়ালৰ। পৰিয়ালৰ এগৰাকী সদস্যৰ মৃত্যুৰ বেদনা সহিব নোৱাৰি গোটেই পৰিয়ালটোৱে ল’লে জীৱনৰ এই চৰম সিদ্ধান্ত। এনে নিয়তিৰ নিষ্ঠুৰ পৰিহাস দেখি সকলোৱেই স্তম্ভিত।

এনেয়ে সন্তান হেৰুৱাৰ দুখ বৰ কঠিন। তাতেই অকাল মৃত্যু আৰু সেয়াও বাঢ়ি অহা বয়সৰ সময়ত। নাই, নোৱাৰিলে সহ্য কৰিব এনে সন্তানদৰে সন্তান হেৰুৱাৰ দুখ।

Apply Now

তামিলনাডুৰ চালেম চহৰত এটা পৰিয়ালত সংঘটিত হৈছে এনে নিদাৰুণ ঘটনা।

কেন্সাৰত আক্ৰান্ত হৈ ঘৰৰ ডাঙৰ ল’ৰাৰ মৃত্যুৰ পাছৰে পৰা ভাঙি পৰিছিল পিতৃ-মাতৃ। তিনিমাহ ধৰি ভীষণ অন্তৰ্দ্বন্দ্বত পৰাজয় স্বীকাৰ কৰি অৱশেষত মৃত্যুৱেই অন্তিম পথ বুলি ধৰি ল’লে তেওঁলোকে।

সেয়েহে, সকলো পাহৰি যোৱাৰ পথ বিচাৰি আন দুগৰাকী নাবালক সন্তানৰ সৈতে ঘৰতে থকা কীটনাশক পান কৰি গণ-আত্মহত্যাৰ কৰিলে দুৰ্ভগীয়া পৰিয়ালটোৱে।

ৰাজ্যখনৰ আম্মাপেট থানাৰ অন্তৰ্গত পন্নমপেটম অঞ্চলৰ এটা ঘৰৰ পৰা সোমবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে মুৰুগান পৰিয়ালৰ চাৰিগৰাকী সদস্যৰ নিথৰ দেহ। মৃতক কেইজনৰ নাম হৈছে ভি মুৰুগান(৩৮), পত্নী গোকিলা(৩৫) আৰু দুই পুত্ৰ কাৰ্তিক (১২) আৰু বসন্ত কুমাৰ(১৫)।

গোটেই দিন পৰিয়ালটোৰ কোনো সাৰ-সুৰ নোপোৱাত এগৰাকী চুবুৰীয়াই খিৰিকিৰে ঘৰৰ ভিতৰত জুমি চাইছিল। মজিয়াৰ ওপৰত চাৰিগৰাকীৰে নিথৰ দেহ পৰি থকা দেখি সন্দেহ হয় ব্যক্তিগৰাকীৰ। থানাত খৱৰ দিয়াৰ পাছত আৰক্ষী আহি দুৱাৰ ভাঙি সন্তান দুগৰাকীৰ সৈতে পিতৃ-মাতৃৰ মৃতদেহ উদ্ধাৰ কৰে।

ইপিনে, এই ঘটনাৰ খৱৰ পোৱাৰ পাছতেই স্থানীয় আৰক্ষীৰ সৈতে ঘটনাস্থলীলৈ যায় আৰক্ষীৰ আইন-শৃংখলা শাখাৰ ডিচিপি চন্দ্ৰশেখৰণ। তেওঁৱেই তদন্তৰ ভাৰো নিজেই গ্ৰহণ কৰিছে।

মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কোনো আত্মহত্যাৰ টোকা বিচাৰি পোৱা নাই।

আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি জানিব পৰা গৈছে যে সেই দম্পতিৰ তিনিগৰাকী সন্তান। ডাঙৰ সন্তান মদন কুমাৰৰ(১৭) কেন্সাৰৰ সৈতে যুঁজ দি তিনিমাহ পূৰ্বে মৃত্যু হয়। ইয়াৰ পাছৰে পৰা সেই পিতৃ-মাতৃ শোকত মানসিকভাৱে ভাঙি পৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd