DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লেখাপানী আৰক্ষীৰ জিম্মাত নৱগঠিত বিদ্ৰোহী সংগঠন MNLF ৰ ৪ জন সদস্য

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
July 9, 2021 6:35 am
Videoframe_20210708_214705_com.huawei.himovie.overseas

ফটো: নৰ্থইষ্ট নাও।

187
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষীৰ জিম্মাত বন্দী হৈছে নৱগঠিত বিদ্ৰোহী সংগঠন মৰান নেশ্যনেল লিবাৰেশ্যেন ফ্ৰন্ট চমুকৈ MNLF ৰ ৪জন সদস্য।

অৰুণাচলৰ দুৰ্গম অঞ্চলত অসম আৰু অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হৈছিল আটাইকেইজন।

সদস্য কেইজন ক্ৰমে মণ্টু মৰাণ ওৰফে ৰক্তিম অসম, প্ৰমোদ চুতীয়া, অবিনাশ চেতিয়া আৰু মধু মৰাণ।

ৰক্তিম মৰাণ পূৰ্বতে আলফা স্বাধীনৰ সদস্য আছিল যদিও পৰৱৰ্তী সময়ত নতুনকৈ গঠন হোৱা বিদ্ৰোহী সংগঠন MNLF ৰ নেতৃত্ব বহন কৰিছিল। মুঠ ৫জন সদস্য আছিল বুলি ৰক্তিম মৰাণে স্বীকাৰ কৰাৰ লগতে তেওঁলোকে ভাৰতৰ স্বাৰ্থত এই সংগঠন জন্ম দিছিল বুলি সংবাদ মাধ্যমদ আগত প্ৰকাশ কৰে।

তেওঁলোক কৰায়ত্ত হোৱাৰ পাছত তেওঁলোকৰ এই সংগঠনৰ যৱনিকা পৰে বুলিও উল্লেখ কৰে।

ইতিমধ্যেই অসম আৰক্ষীয়ে ধৃত চাৰিজনক জেৰা অব্যাহত ৰখাৰ লগতে অধিক তথ্য লাভৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ যে কিছুদিন পূৰ্বে এই সকল সদস্যই অত্যাধুনিক মাৰণাস্ত্ৰ হাতত লৈ  থকা ফটো ফেচবুকত ভাইৰেল হৈ পৰিছিল।

ইয়াৰ পাছতে অসম আৰক্ষী, ভাৰতীয় সেনা আৰু অৰুণাচল আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল।

Recent News

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd