• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড্রাগছ বিক্রী কৰাৰ অপৰাধত ধুবুৰীত আৰক্ষী,মহিলাকে ধৰি চাৰিজনক গ্ৰেপ্তাৰ; জেললৈ প্ৰেৰণ

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
May 12, 2020 7:27 am
Handcuff-arrested-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিষিদ্ধ দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে জিলাখনৰ এগৰাকী আৰক্ষী কনিষ্টবল, দুগৰাকী মহিলাকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে দেওবাৰে নিশা ধুবুৰী থানাৰ অন্তৰ্গত জগ্ৰাৰপাৰ প্ৰথম খণ্ড (জ্যোতিনগৰ)ত তালাচী চলাই লোক চাৰিজনক গ্ৰেপ্তাৰ কৰে।

Apply Now

গ্ৰেপ্তাৰ কৰা লোককেইজনৰ দুগৰাকী ধুবুৰী চহৰৰ আৰ কে মিছন ৰোডৰ অনুপ সৰকাৰ (আৰক্ষী কনিষ্টবল) আৰু প্ৰসেনজিৎ জোৱাৰদাৰ বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, গ্ৰেপ্তাৰ হোৱা মহিলা দুগৰাকীৰ এগৰাকী মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকৰিপাৰা প্ৰথম খণ্ডৰ মূল বাসিন্দা জুবি খাটুন বুলি চিনাক্ত হৈছে।

আনগৰাকী মহিলা ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বিদ্যাৰদাবৰি চতুৰ্থ খণ্ডৰ গাঁৱৰ তাছিৰণ বিবি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

আৰক্ষীয়ে লগতে এক বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ আৰু কফ ছিৰাপ উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা সামগ্ৰীৰ ভিতৰত আছে ২৬ বটল Rc-Kuff কফ ছিৰাপ, ৭০টা Nitrazepam Plus টেবলেটৰ গতে ৮০টা Pyeevon Plus কেপছুল।

ধুবুৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ এন ডি পি এছ আইনৰ ধাৰা ২২(চি)ৰ ২৬৯(জীৱনৰ বাবে বিপদজনক ৰোগৰ সংক্ৰমণ বিয়পোৱাৰ দৰে অৱহেলাৰ কাৰ্য) আৰু ধাৰা ২৭০( জীৱনৰ বাবে বিপদজনক ৰোগৰ সংক্ৰমণ বিয়পোৱাৰ দৰে দুষ্কৰ্ম)ৰ অধীনত ৫৯৫/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে কয় যে অভিযুক্তই লগতে  কোভিড-১৯ মহামাৰীৰ ‘কন্টেইনমেন্ট জ’ন’ৰ প্ৰট’কলো ভংগ কৰিছে।

জিলা প্ৰশাসনে উক্ত অঞ্চলটোত এটা কোভিড-১৯ পজিটিভ ঘটনা ধৰা পৰাৰ পাছত কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল।

আনহাতে, অভিযুক্তকেইজনক সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ পাছত তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd