• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ চাৰি গৰাকী শিক্ষাৰ্থীৰ প্ৰচেষ্টাত চন্দ্ৰপুৰ-ডিমৰীয়াৰ বানাক্ৰান্তক বান সাহায্য প্ৰদান

৩৫০ টা বানাক্ৰান্ত পৰিয়ালক প্ৰদান কৰা হয় বান সাহায্য

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 31, 2020 10:42 am
IMG-20200730-WA0102

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ চাৰি গৰাকী শিক্ষাৰ্থীৰ প্ৰচেষ্টাত আজি চন্দ্ৰপুৰ আৰু ডিমৰীয়াৰ প্ৰায় ৩৫০ টা বানাক্ৰান্ত পৰিয়ালক বান সাহায্য প্ৰদান কৰা হয়।

গুৱাহাটীৰ শিক্ষাৰ্থী ক্ৰমে ৰক্তিম শৰ্মা, ৰিশা গোস্বামী, অভিষেক গোস্বামী আৰু প্ৰতীক ফুকনৰ উদ্যোগত ডাঃ পুতুল শৰ্মাৰ তত্বাৱধানত এই বান সাহায্য প্ৰদান কৰা হয়।

Apply Now

ডিমৰীয়াৰ টিলাবস্তী, বৰিবিলা, বিলপাৰ, ডিগাৰুপাৰ আৰু নিউ ডিগাৰুপাৰৰ লগতে চন্দ্ৰপুৰৰ ধিপুজী আৰু চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ সাহায্য শিবিৰৰ বন্যাৰ্তৰ পৰিয়ালসমূহৰ মাজত বান সাহায্য বিতৰণ কৰা হয় ৷

বন্যাৰ্ত সকলক চাউল, দাইল, মুড়ি, চিৰা, চাবোন, বিস্কুট, চেনি আদিৰ ওপৰিও অ’ আৰ এছ, মাস্ক, কাপোৰ, চেনেটেৰি নেপকিন, পানী শুদ্ধিকৰণ দ্ৰৱ্য, ব্লিচিং পাউদাৰ, ঔষধ আদি বিতৰণ কৰা হয়।

মহানগৰীৰ চাৰি শিক্ষাৰ্থীয়ে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থা, চন্দ্ৰপুৰ অধ্যয়ন চক্ৰ আৰু প্ৰগতিশীল যুৱ মঞ্চ, বৰবিলাৰ সদস্যসকলৰ সহযোগিতাত প্ৰায় দুই কিঃ মিঃ নদী পথা নাৱেৰে যাতায়ত কৰি বানবিধ্বস্ত দুৰ্গম এলেকাসমূহত সাহায্য প্ৰদান কৰে।

ডিজিটেল মাধ্যমৰ যোগেদি দেশ-বিদেশৰ বিভিন্নজনৰ পৰা লাভ কৰা বৰঙণিৰে এই সাহায্য প্ৰদান কৰা হয়।

উল্লেখ্য যে বাট-পথ নাইকীয়া অতি দুৰ্গম ঠাইসমূহক সামৰি শিক্ষাৰ্থী সকলে লোৱা এই প্ৰচেষ্টাৰ শলাগ লয় অঞ্চলবাসীয়ে।

সাহায্য প্ৰদান কাৰ্য্যসূচীত ডাঃ পুতুল শৰ্মা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক টুটুমনি কলিতা, উদ্যোক্তা শিক্ষাৰ্থী ক্ৰমে ৰক্তিম শৰ্মা, ৰিশা গোস্বামী, অভিষেক গোস্বামী, প্ৰতীক ফুকন, কটন কলেজৰ প্ৰাক্তন  সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়া, কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক দিপজ্যোতি মালাকাৰকে আদি কৰি চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থা, চন্দ্ৰপুৰ অধ্যয়ন চক্ৰ, বৰবিলা প্ৰগতিশীল যুৱ মঞ্চৰ সদস্য সকল উপস্থিত থাকে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd