• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱসৰৰ দিনাই আনুষ্ঠানিকভাৱে পেন্সনৰ অনুমোদন পত্ৰ প্ৰদান নগাঁৱৰ চাৰি শিক্ষক-কৰ্মচাৰীক

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
January 30, 2021 7:18 pm
IMG-20210130-WA0006(1)
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ দিনাই নগাঁৱৰ চাৰি গৰাকীকৈ শিক্ষক-কৰ্মচাৰীক পেন্সনৰ যাৱতীয় অনুমোদন পত্ৰ প্ৰদান কৰা হয়।

আজি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰা শিক্ষক-কৰ্মচাৰী কেইগৰাকী হ’ল ক্ৰমে জিলাখনৰ বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ভৱানী ৰঞ্জন বৰা, জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দীপক কুমাৰ বৰা, ৰত্নাকান্ত বৰকাকতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক শশাংক শেখৰ শৰ্মা আৰু ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহায়ক সীমা গগৈ।

Apply Now

এই আটাইকেইগৰাকী শিক্ষক-কৰ্মচাৰীক আজি নগাঁও জিলা সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে আনুষ্ঠানিকভাৱে চাকৰিৰ অৱসৰৰ দিনাই পেন্সন নিয়মীয়াকৰণৰ যাৱতীয় নথি পত্ৰ প্ৰদান কৰে।

তদুপলক্ষে পৰিদৰ্শকগৰাকীৰ কাৰ্যালয়ত অনুষ্ঠিত এক আৱেগপূৰ্ণ সভাত চাৰিও গৰাকী শিক্ষক-কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হয়।

উক্ত অনুষ্ঠানত নগাঁও জিলা বিষয় শিক্ষক সংস্থা, নগাঁও জিলা মাধ্যমিক শিক্ষক সন্থা, নগাঁও জিলা কৰ্মচাৰী পৰিষদ, নগাঁও জিলা হাইস্কুল শিক্ষক সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

অনুষ্ঠানটো আঁত ধৰে জিলা কৰ্মচাৰী সন্থাৰ সভাপতি তথা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ মুখ্য সহায়ক কাতিবৰ চেঙাই।

উল্লেখ্য যে কাইলৈ অৰ্থাৎ ৩১ জানুৱাৰীত এইসকল শিক্ষক-কৰ্মচাৰীয়ে চাকৰিৰ পৰা অৱসৰ ল’ব যদিও কাইলৈ বন্ধৰ দিন হোৱা হেতুকে আজিয়েই তেওঁলোকক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱাৰ লগতে পেন্সন নিয়মীয়াকৰণ অনুমোদন পত্ৰৰ ব্যৱস্থা কৰে।

ইপিনে, অৱসৰ গ্ৰহণ কৰা প্ৰতিগৰাকী শিক্ষকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে তেওঁলোকে চাকৰিৰ পৰা আনুষ্ঠানিকভাৱে বাবে অৱসৰ গ্ৰহণ কৰিলেও ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে সময়ে সময়ে পাঠদান অব্যাহত ৰাখিব।

শিক্ষকসকলৰ এনে মহানুভৱতাক বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ লগতে শিক্ষাসদী মহলে ভুয়সী প্ৰসংশা কৰিছে।

ইপিনে, অৱসৰৰ পিছতো তেওঁলোকে পাঠদান অব্যাহত ৰখা কথাটোৱে এক আদৰ্শৰ প্ৰতীক হিচাপে চিহ্নিত হ’ব।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd