DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 21, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুখীয়া আৰু অসহায় পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ চাৰি যুৱকৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
April 8, 2020 11:58 am
2.9k
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ ভিতৰুৱা গ্ৰামাঞ্চল সমূহত বসবাস কৰা দুখীয়া অসহায় পৰিয়াললৈ অত্যাৱশ্যকীয়  খাদ্য সামগ্ৰী বিতৰণ কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছে চাৰিজন যুৱকে।

আজি কলিয়াবৰৰ বৰালিগাঁৱৰ ৰিদিপ শৰ্মা, আশীষ দাস, সঞ্জীত বিশ্বাস আৰু তাটোল বিশ্বাস নামৰ চাৰি যুৱকৰ প্ৰচেষ্টাত কলিয়াবৰৰ বামুনি, নিজৰি গাঁৱৰ প্ৰায় ৫০ ঘৰ দুখীয়া আৰু অসহায় পৰিয়ালক কেঁচা শাক পাচলি আৰু গেলামালৰ সামগ্ৰী প্ৰদান কৰে।

কলিয়াবৰৰ বৰালিগাঁৱৰ চাৰি যুৱকৰ এই খাদ্য সামগ্ৰী বিতৰণত মিছা আৰক্ষীৰ হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোবিন্দ দাসে অংশগ্ৰহণ কৰি যুৱক সকলক উৎসাহিত কৰে।

লকডাউনৰ সময়ছোৱাত “নৰ্থ-ইষ্ট নাও”ৰ কলিয়াবৰৰ সংবাদকৰ্মী ৰিদিপ শৰ্মাৰ নেতৃত্বত এই চাৰি যুৱকে প্ৰায় ৫০ টা পৰিয়াললৈ চাউল, দাইল, আলু, নিমখ, তেল তথা অন্যান কেঁচা খাদ্য সামগ্ৰী বিতৰণ কৰি  যি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে তাৰ বাবে বহুতেই ধন্যবাদ জ্ঞাপন কৰিছে।

Recent News

Rani Mukerji visits Kamakhya

৪৫ বছৰত বলীউডৰ ‘ৰাণী’: কামাখ্যাত ল’লে আশীৰ্বাদ

Biswajit Hazarika murder case

বিশ্বজিৎ হাজৰিকা অপহৰণ-হত্যাকাণ্ড গোচৰ: বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহৰ প্ৰচেষ্টা আৰক্ষীৰ

Assamese GK 2023

Assamese GK 2023 : ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ

School principal accused of attempting to rape

বিশ্বনাথত নাবালিকা ছাত্ৰীক ধৰ্ষণৰ চেষ্টা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ: পলাতক অভিযুক্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd