• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিশোৰৰ মৃত্যুকলৈ জ্বলিছে দেশ; সংঘৰ্ষ নিয়ন্ত্ৰণৰ বাবে ফ্ৰান্সত মোতায়েন ৪৫ হাজাৰ আৰক্ষী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2023 12:57 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীৰ গুলীচালনাত এজন কিশোৰৰ মৃত্যুৰ পিছত প্ৰতিবাদত উত্তাল হৈ পৰিছে ইউৰোপৰ দেশ ফ্ৰান্স। ইয়াৰ মাজতে এই প্ৰতিবাদ সংঘৰ্ষ আৰু হিংসাত পৰিণত হয় । এই সংঘৰ্ষ নিয়ন্ত্ৰণৰ বাবে ফ্ৰান্সৰ কৰ্তৃপক্ষই সমগ্ৰ দেশতে ৪৫ হাজাৰ আৰক্ষী আৰু অস্ত্ৰসজ্জিত বাহন মোতায়েন কৰিছে। ইয়াৰ উপৰিও দেশৰ তৃতীয় বৃহত্তম চহৰ লিয়নত আৰক্ষীৰ হেলিকপ্টাৰে টহল দি আছে।

শুকুৰবাৰে সন্ধিয়া ফ্ৰান্সৰ টেলিভিছন চেনেল টি এফ ৱানক দিয়া এক সাক্ষাৎকাৰত গৃহ মন্ত্ৰী জেৰাল্ড ডাৰমানিনে এই তথ্য সদৰী কৰে।

লগতে পঢ়ক: মৰ্মান্তিক! বাছত অগ্নিকাণ্ড, মহাৰাষ্ট্ৰৰ বুলঢানাত ভয়ংকৰ দুৰ্ঘটনা; ২৬ জন লোকৰ মৃত্যু

Apply Now

তেওঁ কয় যে আমি সামগ্ৰিক পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো আৰু পেৰিছকে ধৰি বিভিন্ন চহৰৰ পৰা শেহতীয়া তথ্য সংগ্ৰহ কৰিছো।

চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ ওলাইছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ডাৰমানিনে কয় যে, “অতি স্পষ্টকৈ ক’বলৈ গ’লে মই ক’ম – আমি কোনো সম্ভাৱ্য সমাধান নুই কৰিব নিবিচাৰো। আমি অহা কেইঘণ্টামান চাম, তাৰ পিছত পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতিয়ে যি পন্থা বাছি ল’ব সেয়া কাৰ্যকৰী কৰা হ’ব।’

মঙলবাৰৰ পৰা আৰম্ভ হৈছে ফ্ৰান্সত প্ৰতিবাদ। সেইদিনা পুৱা আৰক্ষীয়ে পেৰিছৰ উপকণ্ঠ অঞ্চল নান্টেৰেত তীব্ৰ বেগেৰে চলোৱা আৰু যান-বাহন নিয়ম অমান্য কৰাৰ অভিযোগত ১৭ বছৰীয়া নাহেল এম-ক গাড়ী ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু নাহেলে নিৰ্দেশ আওকাণ কৰি গাড়ীখন লৈ আঁতৰি যাবলৈ চেষ্টা কৰাত আৰক্ষীকেইজনে তেওঁৰ ওপৰত গুলীচালনা কৰে। গুলীচালনাৰ ফলত থিতাতে নিহত হয় নাহেল।

লগতে পঢ়ক: আঘাত অতীত, ডাইমণ্ড লীগত স্বৰ্ণ জয়েৰে পুনৰ ছন্দলৈ উভতিল নীৰজ চোপ্ৰা

নাহেলৰ পৰিয়ালৰ সদস্যসকলে আলজেৰিয়া এৰি ফ্ৰান্সত বসতি স্থাপন কৰি আছে। তেওঁলোকৰ আৰ্থিক অৱস্থাও বৰ ভাল নহয়। পেৰিছৰ উপকণ্ঠ অঞ্চল নন্টেছ প্ৰধানকৈ দৰিদ্ৰ অঞ্চল। তাতেই তেওঁ মাকৰ সৈতে বাস কৰিছিল। নাহেল আৰু তেওঁৰ মাতৃ মৌনিয়া ইছলাম অনুগামী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am
অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd