• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়ক চাহ বাগিচাৰ শ্ৰমিকক বিনামূলীয়া মাস্ক যোগান বাগিচা কৰ্তৃপক্ষৰ

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , March 28, 2020 4:01 pm

1 min read

টীয়ক চাহ বাগিচাৰ শ্ৰমিকক বিনামূলীয়া মাস্ক যোগান বাগিচা কৰ্তৃপক্ষৰ
9.1k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি আজি যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাৰ কৰ্তৃপক্ষই বাগিচাখনৰ শ্ৰমিকসকলক বিনামূলীয়া মাস্ক যোগান ধৰে। প্ৰতি ঘৰ শ্ৰমিক পৰিয়ালৰ সকলো সদস্যৰ বাবেই যোগান ধৰা হয় বিনামূলীয়া মাস্ক।

আনহাতে ল’কডাউনৰ ফলত বাগিচাসমূহ বন্ধ কৰি থোৱা হৈছে যদিও জিলা উপায়ুক্তৰ পৰা অনুমতি লৈ বাগিছা কৰ্তৃপক্ষই তেওঁলোকৰ অধীনস্থ শ্ৰমিকসকলক সপ্তাহটোৰ মজুৰি দিয়ে। এইক্ষেত্ৰত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়।

মজুৰি গ্ৰহণৰ বাবে শ্ৰমিকসকলৰ এক মিটাৰ দূৰত্বত শাৰীপাতি, মুখত মাস্ক মাৰি মজুৰি গ্ৰহণৰ ব্যৱস্থা কৰিছে টীয়ক চাহ বাগিচাৰ কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে পাৰিশ্ৰমিক লোৱাৰ পূৰ্বে শ্ৰমিকসকলক ভালকৈ চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে পাৰিশ্ৰমিক লোৱাৰ পাছত ঘৰত গৈ পুনৰ হাত ধুবলৈ বাগিচা কৰ্তৃপক্ষই সকলোকে আহ্বান জনায়।

Tags: COVID19

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd