• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাধৱ কন্দলিৰ দিনৰ পৰাই নগাঁৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে : বিধায়ক ৰূপক শৰ্মা

NE NOW NEWS মিণ্টু দাস
নগাঁও , September 20, 2018 7:06 am

2 min read

মাধৱ কন্দলিৰ দিনৰ পৰাই নগাঁৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে : বিধায়ক ৰূপক শৰ্মা
189
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান পাইওনিয়ৰ কলা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা বুধবাৰে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলনৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা।

মহাবিদ্যালয়খনৰ অধ্যক্ষ কামাখ্যা প্ৰসাদ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে, ‘মাধৱ কন্দলিৰ দিনৰ পৰাই নগাঁৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বৰ্তমান নগাঁৱত শিক্ষাৰ ক্ষেত্ৰত এক সুস্থ পৰিৱেশ গঢ়ি উঠিছে। নিজকে সমাজত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ হ’লে ছাত্র-ছাত্ৰীসকলে কঠোৰ অধ্যয়নত ব্ৰতী হ’ব লাগিব।’

তাৰোপৰি ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে নগাঁৱত এখন বিশ্ববিদ্যালয় স্থাপনকে ধৰি অন্যান্য উচ্চ শিক্ষাৰ অনুষ্ঠান স্থাপনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।

সভাত অংশগ্ৰহণ কৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ কুমাৰ ভাগৱতীয়ে সাম্প্ৰতিক সময়ৰ শিক্ষাৰ বিভিন্ন দিশ ব্যাখ্যা কৰি ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি যাবলৈ আহ্বান জনায়।

সভাত অধ্যাপক নৱ কুমাৰ মহন্ত, ডচন আৰু বহুমুখী হাইস্কুলৰ অধ্যক্ষ তপন বৈদ্য, সমাজসেৱিকা তাচমিনা হক, জ্যেষ্ঠ সাংবাদিক তথা নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, অধ্যাপক প্ৰশান্ত কুমাৰ বৰা, ৰুবিনা দেৱী কৌৰ, ৰিমামনি ভূঞাকে ধৰি বহু গণ্য-মান্য লোকে উক্ত সভাত অংশগ্ৰহণ কৰে।

সভাত ছাত্র-ছাত্ৰীৰ হৈ নাহিদ ৱাহিদ, দিবা ভট্টাচাৰ্য, সিদ্ধাৰ্থ আদিয়ে ভাষণ প্ৰদান কৰে। ৰে্ক্টৰ তোষেশ্বৰ নাথে উদ্দেশ্য বাখ্যা কৰা সভাতেই মহাবিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।

Recent News

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd