• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ ডিচেম্বৰত মুখ্য মন্ত্ৰীয়ে শুভাৰম্ভ কৰিব শ্বহীদ স্মাৰকৰ নিৰ্মাণ কাৰ্য্যৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2020 7:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১০ ডিচেম্বৰত ৰাজ্য চৰকাৰে উদযাপন কৰিবলগীয়া শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক উদ্যানত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে ‘শ্বহীদ স্মাৰক’ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰিব।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ শ্বহীদ দিৱসৰ দিনাখন মুখ্য মন্ত্ৰীয়ে শ্বহীদ স্মাৰক উদ্যানৰ আধাৰশিলা স্থাপন কৰিছিল। সেই দিনটোতে অসম আন্দোলনৰ ঐতিহাসিক পটভূমিৰ পৰা আৰম্ভ কৰি ১৯৮৫ চন পৰ্যন্ত সংঘটিত ঘটনাৰাজি সামৰি চাৰিটা খণ্ডত প্ৰকাশ পাবলগীয়া তথ্যসমৃদ্ধ গ্ৰন্থখনৰ প্ৰথম খণ্ডও প্ৰকাশ পাব।

Apply Now

আজি অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত এই পদক্ষেপৰ সম্পৰ্কে আলোচনা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদৰ ত্যাগ যাতে যাউতিযুগীয়া হৈ ৰয় তাৰ বাবে এই পদক্ষেপ সৰ্বাংগসুন্দৰ ৰূপত কাৰ্য্যকৰী কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে।

শ্বহীদ স্মাৰক নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগক সকলোবোৰ আনুষ্ঠানিক প্ৰক্ৰিয়া দ্ৰুতগতিত সম্পাদন কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালে নিৰ্দেশ দিয়ে।

এই স্মাৰক যাতে একক আৰু অনন্য হয় তথা শ্বহীদ স্মাৰক উদ্যানখনে সৰ্বস্তৰৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে সেই দিশত মনোযোগ দিবলৈও লোক নিৰ্মাণ বিভাগক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে,  অসম চৰকাৰে কামৰূপ মহানগৰ জিলাৰ পশ্চিম বৰাগাঁৱত প্ৰায় ১০০ বিঘা ভূমিত প্ৰায় ৮৭ কোটি টকা ব্যয়েৰে এই প্ৰকল্প  ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে।

আনহাতে, অসম আন্দোলনৰ ঘটনাৰাজি সামৰি প্ৰকাশ পাবলগীয়া গ্ৰন্থখনে অসমৰ জাতীয় জীৱনৰ এই গুৰুত্বপূৰ্ণ অধ্যায়টোৰ প্ৰতিটো দিশ যাতে সামৰি ল’বলৈ সক্ষম হয় তথা এইখন গৱেষণা উপযোগী গ্ৰন্থ ৰূপে পৰিগণিত হয় তাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ গ্ৰন্থখনৰ সম্পাদনা সমিতিক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd