• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰীক্ষা কেন্দ্ৰৰ পৰা চিকিৎসালয়ঃ শৌচাগাৰত সন্তান জন্ম দিলে ১৬ বছৰীয়া কিশোৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2026 2:34 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেংগানাৰ নগৰকুৰনুল জিলাত এক চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনা পোহৰলৈ আহিছে। এখন আৱাসিক ছোৱালী বিদ্যালয়ৰ ১৬ বছৰীয়া এগৰাকী ছাত্ৰীয়ে পৰীক্ষা দি থকাৰ মাজতে হঠাৎ পেটৰ বিষত ভুগিবলগীয়া হয়। প্ৰায় এঘণ্টা সময় পৰীক্ষা দিয়াৰ পিছত বিষ অসহ্যকৰ হৈ পৰাত তেওঁৰ পৰিয়ালক খবৰ দিয়া হয়। পৰিয়ালৰ লোকে ততাতৈয়াকৈ কিশোৰীগৰাকীক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ৰ চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁক ওচৰৰে এটা ডায়েগনষ্টিক চেণ্টাৰলৈ পঠিয়াই দিয়ে।

ডায়েগনষ্টিক চেণ্টাৰত স্বাস্থ্য পৰীক্ষাৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে কিশোৰীগৰাকীয়ে মাকৰ সৈতে শৌচাগাৰলৈ যায়। অভিযোগ অনুসৰি সেই শৌচাগাৰৰ ভিতৰতে কিশোৰীগৰাকীয়ে এটি সন্তান জন্ম দিয়ে। আটাইতকৈ ভয়ংকৰ কথাটো হ’ল যে ডায়েগনষ্টিক চেণ্টাৰৰ কৰ্মচাৰীসকলে কিশোৰীগৰাকী আৰু তেওঁৰ মাতৃয়ে নৱজাতকটোক শৌচাগাৰৰ ডাষ্টবিনত পেলাই থৈ যোৱা বুলি দাবী কৰিছে। এই ঘটনাৰ উমান পোৱাৰ লগে লগে কৰ্মচাৰীসকলে আৰক্ষীক খবৰ দিয়ে।

Apply Now

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকটো উদ্ধাৰ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। কিশোৰীগৰাকী এগৰাকী নাবালিকা হোৱাৰ বাবে এই সমগ্ৰ বিষয়টোৱে এতিয়া আইনী জটিলতাৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে বৰ্তমান কিশোৰীগৰাকীৰ পৰিয়ালক সোধা-পোছা অব্যাহত ৰাখিছে আৰু এই গৰ্ভধাৰণৰ আঁৰত কোন ব্যক্তি জড়িত আছে সেই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিছে। দোষীৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে যোৱা মাহতো মধ্যপ্ৰদেশত ঠিক একেধৰণৰ এটা ঘটনা সংঘটিত হৈছিল য’ত এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে সন্তান জন্ম দিছিল। তেলেংগানাৰ এই ঘটনাই বৰ্তমান সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে। বিশেষকৈ স্কুলীয়া ছাত্ৰীগৰাকীৰ স্বাস্থ্য আৰু সুৰক্ষাক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে। বৰ্তমান আৰক্ষীয়ে কিশোৰীগৰাকীৰ লগতে তেওঁৰ মাতৃৰ ভাষ্য গ্ৰহণ কৰি সমগ্ৰ ঘটনাৰ সত্যতা নিৰূপণৰ চেষ্টা চলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd