• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মানৱ আধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়ালৈ জী টাউন excellence বঁটা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 25, 2020 8:19 am

2 min read

index
6.2k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্যন তথা সামাজিক আলোচনী জী টাউন চ’চাইটি এ আন কেইবছৰৰ দৰে এইবাৰো বলিউদ, ফেশ্যন, সমাজ সেৱা, শিক্ষা আদিত বিশেষ ভাবে সেৱা আগবঢ়োৱা ব্যক্তিক বঁটা প্ৰদান কৰে।

নতুন দিল্লীৰ মেজৰ ধ্যান চন্দ ষ্টেডিয়ামত অনুষ্ঠিত উক্ত বঁটা প্ৰদান অনুষ্ঠানত অন্ধবিশ্বাস, ডাইনী কাণ্ড, সন্ত্ৰাসবাদ, সাম্প্ৰদায়িকতা আদিৰ বিৰুদ্ধে তথা মহিলা সৱলিকৰণ, শিক্ষা তথা বিশেষকৈ শান্তি আৰু মানৱতাৰ হকে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে অসমৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক G–TOWN Society Excellence বঁটা প্ৰদান কৰা হয়।।

বিগত দুটা দশক ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি আৰু মানৱতাৰ হকে কাম কৰি অহা ড০ দিব্যজ্যোতি শইকীয়াই জী টাউন বঁটাৰ পূৰ্ব্বে প্ৰায় ৪২ তাত কৈ আধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

ইযাৰ ভিতৰত বাবু জগ জীৱনৰাম ৰাষ্ট্ৰীয় বঁটা, এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা, ড০ ভূপেন হাজৰিকা শান্তি বঁটা, মৌলানা আজাদ ৰাষ্ট্ৰীয় বঁটা, সন্ত গাৰ্গে বাবা ৰাষ্ট্ৰীয় বঁটা, ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বঁটা, ষ্টাৰ ইণ্ডিয়া ৰিপাব্লিক বঁটা, ভালেকেইটা উপাধি, সম্বৰ্ধনা আদিৰ উপৰি অন্ধবিশ্বাসৰ বিৰূদ্ধে চলোৱা সংগ্রামৰ বাবে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা ড০ দিব্যজ্যোতি শইকীয়াৰ প্ৰবল দাবীতেই অসমত ডাইনী কাণ্ড ৰোধ আইন প্ৰণয়ন তথা বলবৎ হয়।

উল্লেখযোগ্য যে জী টাউন মেগাজিনৰ উক্ত বঁটা প্ৰদান অনুষ্ঠানত ড০ দিব্যজ্যোতি শইকীয়াৰ উপৰি বলিউদ অভিনেত্ৰী মিনিশা লামবা, বিশিষ্ট ক্ৰিকেট প্ৰশিক্ষক এম পি সিং, বিশিষ্ট ব্যৱসায়ী চানি সিং আদি উপস্থিত থাকে।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd