• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচি নিৰ্বাচনত শেষ হাঁহি নামাৰিলে চিৰদিনৰ বাবে ৰাজনীতিক বিদায় দিব সাংসদ নৱ শৰণীয়াই

গণ সুৰক্ষা পাৰ্টী নাই কোনো মিত্ৰতাত, বিপৰীতে বিটিছিত অধিকাংশ আসন দখল কৰি চৰকাৰ গঠনৰ দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 12, 2020 8:41 pm
IMG_20190820_161139-2
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত বিটিচি নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰধানতঃ বিপিএফ, য়ুপিপিএল, আৰু গণ সুৰক্ষা পাৰ্টীৰ মাজত নিৰ্বাচনত জয়ী হোৱাৰ বাবে ইতিমধ্যে আৰম্ভ হৈ গৈছে প্ৰস্ততি।

বিপিএফে কংগ্ৰেছ আৰু এআইয়ুডিএফৰে সৈতে মিত্ৰতা কৰাক কেন্দ্ৰ কৰি এতিয়া সৰৱ হৈ পৰিছে কোকৰাঝাৰৰ অবড়ো সাংসদ নৱ শৰণীয়া।

Apply Now

শৰণীয়াৰ মতে গণ সুৰক্ষা পাৰ্টী কাৰোৰে সৈতে মিত্ৰতাৰ পক্ষত নাই।

শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত শৰণীয়াই কয় ‘গণ সুৰক্ষা পাৰ্টী কোনো মিত্ৰতাৰ পক্ষতে নাই। মিত্ৰতা কৰিলে সমস্যা সমাধান নহয়।’

ইপিনে, উক্ত সংবাদমেলতে বিপিএফ-য়ুপিপিএলে কোনো কাৰণতে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী কৰি শৰণীয়াই কয় ‘য়ুপিপিএলৰ কেইখনমান আসনত প্ৰতিদ্বন্দ্বিতা হ’ব যদিও অধিকাংশ আসনতে তেওঁলোকৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত নাহে। বিপিএফৰ বৰ্তমান স্থিতি আগতকৈ সৱল হৈছে যদিও জয়ী হ’ব পৰাকৈ তেওঁলোক সক্ষম হৈ উঠা নাই।’

আনহাতে, উক্ত সংবাদমেলতে বিটিএডিত থকা মুঠ ৩০৮২ খন গাঁৱৰ এজন লোককো বিগত ১৪ বছৰত বিপিএফে চাকৰি দিয়া নাই বুলি অভিযোগ তোলে শৰণীয়াই।

তেওঁ লগতে কয় ‘২০ হেজাৰ লোকক চাকৰি দিব লাগিছিল। কিন্তু ২৪০০ লোককো চাকৰি দিয়া নাই বিটিচিত। প্ৰধানমন্ত্ৰী মোডীয়ে ২ কোটি চাকৰি দিয়াৰ কথা কৈছিল। কিন্তু ৬ বছৰতো এক কোটি লোককো দিয়া হোৱা নাই চাকৰি।‘

তাৎপৰ্যপূৰ্ণভাৱে, উক্ত সংবাদমেলতে বিটিচিত এইবাৰ গণ সুৰক্ষা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলে চিৰদিনৰ বাবে ৰাজনীতিক বিদায় দিবলৈ প্ৰস্তুত বুলি দাবী কৰে শৰণীয়াই।

তেওঁ কয় ‘যদিহে আমাৰ পাৰ্টিয়ে আগন্তুক বিটিচি নিৰ্বাচনত শেষ হাঁহি মাৰিবলৈ সক্ষম নহয় তেতিয়াই মই ৰাজনীতিৰ পৰা বিদায় ল’ম।‘

ইপিনে, সাংসদগৰাকীয়ে চৰকাৰ গঠন কৰাৰ বিষয়ে কোৱাত তেওঁ কিহৰ ভিত্তিত বিটিচিত চৰকাৰ গঠন কৰাৰ দাবী কৰিছে বুলি সাংবাদিকে সোধাত তেওঁ কয়, ‘আজি অবড়ো লোকৰ নামত বিটিচিত ১০ শতাংশ মাটিও নাই। এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰিলে আমি আৰু নোৱাৰিম। ৮১ শতাংশ লোকে বিটিএডিত অসমীয়া ভাষা কয়।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd