DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আমেৰিকাস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত আক্ৰমণ : ভাৰতীয় দুতাবাসৰ অভিযোগ দাখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2020 2:28 pm
index.jpg22
1.7k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটনৰ ভাৰতীয় দুতাবাসৰ সন্মুখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত কোনো অজ্ঞাত দুৰ্বৃত্তই গ্ৰাফিটি আৰু স্প্ৰে’ পেণ্টিঙৰ জৰিয়তে নষ্ট কৰিছে।

এই সংক্ৰান্তত ইতিমধ্যে ভাৰতীয় দুতাবাসে স্থানীয় প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰিছে।

ঘটনাটো যোৱা ২ আৰু ৩ জুনৰ ৰাতি সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

বুধবাৰে ৱাশ্বিংটন মেট্ৰ’পলিটান আৰক্ষীয়ে ৰাষ্ট্ৰীয় পাৰ্ক আৰক্ষী আৰু ডিপ্ল’মেটিক নিৰাপত্তা সেৱাৰ সদস্যৰ সৈতে প্ৰতিমূৰ্তিটো পৰিদৰ্শন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

উল্লেখ্য যে, আমেৰিকাৰ মেইনিপলিত আৰক্ষীয়ে এজন কৃষ্ণাংগ লোকক হত্যা কৰাৰ পিছত বৰ্ণবৈষম্যৰ বিৰুদ্ধে সমগ্ৰ আমেৰিকাজুৰি হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচীয়ে সৰ্বাত্মক ৰূপ ধাৰণ কৰিছিল।

প্ৰতিবাদকাৰী বহু ৰাজহুৱা সম্পদ ধ্বংসও কৰিছে।

আনকি ৱাশ্বিংটন ডিচিস্থিত ঐতিহাসিক গীৰ্জা, লিংকনৰ স্মাৰকৰ লগতে বহু ৰাষ্ট্ৰীয় স্মাৰকত প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰিছিল।

সন্দেহ কৰা হৈছে যে কোনো প্ৰতিবাদকাৰীয়ে প্ৰতিবাদৰ মাজতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো অনিষ্ট কৰাৰ চেষ্টা কিৰিছিল।

উল্লেখ্য যে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো ২০০০ চনৰ ১৬ ছেপ্তেম্বৰৰ দিনা ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী অতল বিহাৰী বাজপেয়ীয়ে তেতিয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি বিল ক্লিন্টনৰ উপস্থিতিত মাৰ্কিন দেশবাসীলৈ উছৰ্গা কৰিছিল।

Recent News

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd