• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আদালত কক্ষতে চলিল গুলীবৰ্ষণ! মৃত্যু ঘটিল গেংষ্টাৰৰ

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 24, 2021 4:21 pm
Gangster Killed In Delhi Courtroom
204
VIEWS
Share on FacebookShare on Twitter

আজি দুপৰীয়া আদালত কক্ষতে চলিল দুটা গেঙৰ মাজতে ঘটিল প্ৰচণ্ড গুলিয়াগুলি! মৃত্যুও ঘটিল এজন ম’ষ্ট ৱাণ্টেডকে ধৰি কেইবাজনো গেংষ্টাৰৰ।

চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে উত্তৰ দিল্লীৰ ৰোহিনীৰ এখন আদালতত।

শুকুৰবাৰৰ এই গুলিয়াগুলিত কমেও তিনিজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। মৃত্যু হোৱাসকলৰ ভিতৰত আছে দিল্লীৰ ম’ষ্ট ৱাষ্টেণ্ট জিতেন্দ্ৰ গোগী।

হিন্দী চিনেমাৰ কায়দাৰে গেংষ্টাৰকেইজনে অধিবক্তাৰ পোছাক পিন্ধি আদালত কক্ষত প্ৰৱেশ কৰিছিল। গুলিয়াগুলিত আৰক্ষীয়েও গুলিচালনা কৰে।

উল্লেখযোগ্য যে গেংষ্টাৰ গোগীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ আছে। ইয়াৰ ভিতৰত অন্যতম হৈছে হাৰিয়ানাৰ জনপ্ৰিয় গায়িকা হৰ্ষিতা আৰু আম আদমী পাৰ্টিৰ নেতা বিৰেন্দ্ৰ মানৰ হত্যাকাণ্ড।

গোগীৰ সন্ধান দিওঁতাক দিল্লীত ৪ লাখ আৰু হাৰিয়ানাত ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে। শেষত দিল্লী আৰক্ষীয়ে যোৱা মাৰ্চ মাহত গোগীক গ্ৰেপ্তাৰ কৰে। তাৰপাছত গোগী তিহাৰ জেলত বন্দী আছিল। আজি তেওঁক আদালত কক্ষলৈ অনা হয়। কিন্তু বিপক্ষৰ এটা গেঙে আদালত কক্ষতে গোগীলৈ গুলিচালনা কৰে। তৎক্ষণাত প্ৰাণ হেৰুৱাই গোগীয়ে।

এই ঘটনাত গোগীৰ বিৰোধী ‘টিল্লু’ নামৰ এটা গেং জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীৰ গুলিত ‘টিল্লু’ গেঙৰ দুজনৰ মৃত্যু হৈছে জানিব পৰা গৈছে।

জানিব পৰামতে, গোগীৰ গেং আৰু টিল্লু গেঙৰ মাজত কেইবাবছৰ ধৰি সংঘাত চলি আহিছে। বৰ্তমানলৈকে দুয়োটা গেঙৰ মাজৰ এই সংঘাতত ২৫ জন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd