• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁৱত ভাং জব্দ কৰিলে ৰে’লৱে আৰক্ষীয়ে

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
February 2, 2022 8:17 pm
140
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান ৰে’লযোগে বৃদ্ধি পাইছে অবৈধ ভাঙৰ সৰবৰাহ ৷ নিতৌ ৰে’লযোগে বহিঃ ৰাজ্যলৈ ন ন কৌশলেৰে দুষ্ট চক্ৰই সৰবৰাহ কৰিছে ভাং ৷

বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত আগৰতলাৰ পৰা বাংগালোৰ অভিমুখী নামনিমুৱা হামছফৰ এক্সপ্ৰেছৰ পৰা ৰে’লৱে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ ভাং জব্দ কৰাৰ লগতে এই ভাং সৰবৰাহৰ লগত জড়িত অজয় ৰয় আৰু আব্দুল মজিদ নামৰ দুজন ব্যক্তিকো আটক কৰে ৷

নিউ বঙাইগাঁও ৰে’লৱে আৰক্ষীয়ে জানিবলৈ দিয়া মতে আগৰতলাৰ পৰা বাংগালোৰ অভিমুখী ১২৫০৩ নম্বৰৰ নামনিমুৱা হামসফৰ এক্সপ্ৰেছযোগে বহি:ৰাজ্যলৈ দুষ্ট চক্ৰই ভাং সৰবৰাহ কৰাৰ গোপন তথ্য লাভ কৰাৰ পিচতে ৰে’লৱে আৰক্ষীয়ে অভিযানৰ বাবে এটা দল গঠন কৰি ৰে’লখন নিশাৰ ভাগত নিউ বঙাইগাঁও জংচনত আহি উপস্থিত হোৱাৰ লগে লগে ৰে’লখনৰ ডবাত তালাচী অভিযান চলায় ৷

এই অভিযানৰ সময়তে ৰে’লখনৰ এটা ডবাত চিটত শুই থকা অজয় ৰয় নামৰ এজন ব্যক্তিৰ ওপৰত সন্দেহ ওপজাত তালাচী চলোৱাত ব্যক্তিজনে ব্যৱহাৰ কৰা গাৰুৰ ভিতৰত চাৰ্টৰ বক্সত গোপনে সৰবৰাহ কৰা অৱস্থাত ভাং জব্দ কৰে ৷ ইয়াৰ পিচতে ব্যক্তিজনক সোধ-পোচ কৰাৰ লগতে তলত থকা দুটা ৰঙৰ ড্ৰামৰ ওপৰত সন্দেহ ওপজে আৰক্ষীৰ ৷ ড্ৰাম দুটাত দৈ আছিল যদিও আৰক্ষীয়ে ভালকৈ চোৱাত ভিতৰত ভাঙৰ পেকেট উদ্ধাৰ কৰে ৷

পিচত ভাং সৰবৰাহকাৰী অজয় ৰয়ক আটক কৰে ৷ সেইদৰে অভিযানকাৰী দলে আন তিনিখন বহা টুলৰ ভিতৰতো গোপনে সৰবৰাহ কৰা অৱস্থাত আৰু ভাং উদ্ধাৰ কৰি জব্দ কৰে ৷

লগতে অভিযানকাৰী দলে আব্দুুল মজিদ নামৰ আন এজন ভাং সৰহৰাহকাৰীকো আটক কৰে ৷ অভিযানকাৰী দলে সকলো মিলাই প্ৰায় ২০ কিলোগ্ৰাম ভাং জব্দ কৰে ৷ ৰে’লৱে আৰক্ষীয়ে জানিবলৈ দিয়া মতে অবৈধভাৱে সৰবৰাহ কৰা ভাংখিনি বিহাৰলৈ লৈ গৈ আছিল ৷ উল্লেখ্য যে শনিবাৰে পুৱাৰ ভাগত নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা নিউ বঙাইগাঁও জংচনত আৰ পি এফৰ ৰঙিয়াৰ অপৰাধ শাখাই অভিযান চলাই ২০ কিলোগ্ৰাম অবৈধভাৱে সৰবৰাহ কৰা ভাং উদ্ধাৰ কৰি জব্দ কৰিছিল ৷

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd