• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিশা আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু গাড়ীগাঁৱৰ দলবদ্ধ বলাৎকাৰ কাণ্ডৰ অভিযুক্ত বিকি আলীৰ

এয়া এক পৰিকল্পিত হত্যকাণ্ড: অভিযুক্তৰ পিতৃৰ বিস্ফোৰক অভিযোগ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 16, 2022 7:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা গাড়ীগাঁওৰ দলবদ্ধ বলাৎকাৰ কাণ্ডৰ অভিযুক্ত বিকি আলীৰ মৃত্যু ঘটিছে।

নিশা আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হয় বিকি আলীৰ। মঙলবাৰে পলাতক অৱস্থাত থকা বিকিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

Apply Now

যোৱা নিশা বলাৎকাৰ কাণ্ড সংঘটিত হোৱা মহানগৰীৰ বিশেষ স্থানলৈ আৰক্ষীয়ে বিকিক লৈ গৈছিল যদিও বিকিয়ে পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।

দেহত চাৰিটা গুলী লগা বিকিক নিশা ১-১০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

বিকিৰ পিঠিত তিনিটা আৰু বুকুত এটা গুলী লাগিছে।  সম্প্ৰতি বিকিৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ৰখা হৈছে।

উল্লেখ্য গুৱাহাটী মহানগৰীৰ গাড়ীগাওঁৰ দলবদ্ধ বলাৎকাৰৰ অভিযুক্ত বিকি আলীক কালি গ্ৰেপ্তাৰ কৰা হৈছিল।
গাড়ীগাঁওৰ দামপুৰ পাহাৰত লুকাই আছিল অভিযুক্ত বিকি আলী।

মঙ্গলবাৰে দুপৰীয়া প্ৰায় এক বজাত জালুকবাৰী আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ এটা দলে অভিযান চলাই বিকিক গ্ৰেপ্তাৰ কৰিছিল ।

জালুকবাৰী আৰক্ষীয়ে এতিয়াও অন্য চাৰিজন অভিযুক্তৰ সন্ধানত অভিযান চলাই আছে।

গ্ৰেপ্তাৰ কৰি পোনে পোনে বিকিক লৈ অনা হৈছিল জালুকবাৰী থানালৈ।

উল্লেখযোগ্য যে মহানগৰীৰ এখন হোটেলৰ এটা বন্ধ কোঠাত পাঁচ জন যুৱকে মিলি এগৰাকী কিশোৰীক ধৰ্ষণ কৰি কিশোৰী গৰাকীৰ ভিডিঅ’ তৈয়াৰ কৰিছিল।

তাৰ পাছতে পৰিয়ালৰ লোকে পানবাজাৰ মহিলা আৰক্ষী থানাত Case No. 19/22 US 376(D) IPC, RW SEC. 6 POSCO ACT, RW 67 (B) IT ACT’ৰ আধাৰত পাঁচজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত বিকিক গ্ৰেপ্তাৰ কৰিছিল।

 অইন চাৰিজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাতে আছে।

ইপিনে পৰিয়ালৰ লোকে বিকিৰ মৃত্যুক এক পৰিকল্পিত হত্যকাণ্ড বুলি অভিযোগ কৰিছে।

বিকিৰ পিতৃয়ে সংবাদমাধ্যমৰ আগত কয় যে বিকিয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছিল।

আত্মসমৰ্পন কৰা ল’ৰা এজনে কিয় পলাবলৈ চেষ্টা কৰিব বুলি তেওঁ প্ৰশ্ন কৰে।

বিকিক পৰিকল্পিত ভাবে হত্যা কৰা হৈছে বুলি অভিযোগ কৰি পিতৃয়ে প্ৰশ্ন কৰে— আইন, আদালত ক’ত?

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd