DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১২ ছেপ্টেম্বৰৰ চকা বন্ধলৈ সমৰ্থন নাই গাৰো সাহিত্য সভাৰ; অপপ্ৰচাৰ নচলাবলৈ আহ্বান সভাপতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2018 11:03 am
Garos of Assam
318
VIEWS
Share on FacebookShare on Twitter

গাৰো স্বায়ত্তশাসন প্ৰদানৰ দাবীত গাৰো জনগোষ্ঠীৰ কেইবাটাও সংগঠনে আহ্বান জনোৱা ১২ ছেপ্টেম্বৰৰ চকা বন্ধ কাৰ্যসূচীলৈ গাৰো সাহিত্য সভাৰ সমৰ্থন নাই। এই কথা জানিবলৈ দিছে গাৰো সাহিত্য সভাৰ সভাপতি সৰোজ চাংমাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিৰ জৰিয়তে।

প্ৰেছ বিবৃতিটোত তাৰোপৰি তেওঁ উল্লেখ কৰিছে যে যোৱা ৮ ছেপ্টেম্বৰত গোৱালপাৰা জিলাৰ হুদাকোণাত গাৰো সংগঠনসমূহে অনুষ্ঠিত কৰা সভাত গাৰো সাহিত্য সভাৰ কোনো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা নাছিল। তেওঁ উক্ত সভাত গাৰো সাহিত্য সভাৰ প্ৰতিনিধিও আছিল বুলি চলোৱা প্ৰচাৰৰ বাবে গৰিহণা দিয়ে সংশ্লিষ্ট পক্ষবোৰক। গাৰো সংগঠনসমূহে সকলোকে বিভ্ৰান্তিৰ পথলৈ ঠেলি দিয়াটো বন্ধ কৰিব লাগে বুলিও তেওঁ দাবী জনায়।

প্ৰেছ বিবৃতিটোত সভাপতিগৰাকীয়ে কয়, “গাৰো সাহিত্য সভাই গাৰো জাতিৰ ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিৰ উত্তৰণৰ বাবেহে সদায় কাম কৰি আহিছে। তেনেস্থলত স্বায়ত্তশাসনৰ দাবীত নামত ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচীত গাৰো সাহিত্য সভাক জড়িত কৰা কাৰ্য গৰিহণাৰ যোগ্য।”

অনাগত দিনত চৰকাৰ বিৰোধী কোনো কাৰ্যসূচী তথা স্বায়ত্তশাসনৰ দাবীত গ্ৰহণ কৰা কোনো আন্দোলনৰ কাৰ্যসূচীত গাৰো সাহিত্য সভাৰ সমৰ্থন থকা বুলি অপপ্ৰচাৰ নচলাবলৈ গাৰো সংগঠনসমূহক সকীয়াই দিয়ে সভাপতি সৰোজ চাংমাই।

 

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd