• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুখৱৰ : বিশ্ববিখ্যাত Gatorade India ব্ৰেণ্ডৰ সৈতে চুক্তিবদ্ধ হ’ল হিমা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 12, 2019 7:48 pm

1 min read

Hiam Das

ফটো উৎস : টাইমছ নাও

788
VIEWS
Share on FacebookShare on Twitter

এটাৰ পিছত আনটো সন্মানেৰে সন্মানিত হৈ অহা স্প্ৰীণ্টাৰ তথা অসম কন্যা হিমা দাস এইবাৰ চুক্তিবদ্ধ হ’ল গেট’ৰেড ইণ্ডিয়া (Gatorade India)ৰ সৈতে।

১২ ছেপ্তেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে গেট’ৰেড ইণ্ডিয়াই দৌৰ ৰাণী হিমাক ব্ৰেণ্ড এম্বেছেদৰ হিচাপে চুক্তিবদ্ধ কৰে।

বিশ্ব বিজয়ী শ্বাটলাৰ পি ভি সিন্ধু আৰু এথলীট নীৰজ চোপ্ৰাৰ পিছতে এই কম্পেনিৰ সৈতে চুক্তিবদ্ধ হোৱা তৃতীয় গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হ’ল হিমা।

‘গেট’ৰেড পৰিয়ালৰ সৈতে জড়িত হ’বলৈ পাই মই সুখী’। জাকাৰ্টা এছিয়ান গেইমছত মহিলাৰ ৪x৪০০ মিটাৰ ৰীলে আৰু ৪x৪০০ মিটাৰ মিক্সড ৰেলীত স্বৰ্ণ পদক বিজয়ী হিমাৰ মন্তব্য।

ব্ৰেণ্ডটোৱে ‘Nothing beats Hima, Nothing beats Gatorade’ শীৰ্ষক এক শ্ল’গানেৰে স্প্ৰীণ্টাৰ গৰাকীৰ সাফল্যক সন্মান জনায়।

হাইড্ৰেশ্যন এণ্ড কোলা, পেপচিক’ ইণ্ডিয়াৰ মাৰ্কেটিং ডিৰেক্টৰ তৰুণ ভগতে কয়, ‘গেট’ৰেডৰ এথলিট পৰিয়াললৈ হিমা দাসক স্বাগতম জনাবলৈ পাই অত্যন্ত সুখী হৈছো’।

উল্লেখ্য যে যোৱা বছৰ ফিনলেণ্ডত অনুষ্ঠিত হোৱা ২০ অনূৰ্ধ্বৰ বিশ্ব চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰাৰ পিছতেই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল হিমা দাস।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd