• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ বিৰুদ্ধে দাখিল পিআইএলৰ শুনানি গ্ৰহণ; মুখ্য সচিবক শপতনামা দাখিলৰ নিৰ্দেশ হাইকোৰ্টৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 6, 2024 4:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক জাননী জাৰি কৰি গুৱাহাটীৰ ঐতিহাসিক দীঘলীপুখুৰীৰ পাৰৰ কেইবাটাও শতিকা পুৰণি গছ কাটি প্ৰস্তাৱিত উৰণ সেতু নিৰ্মাণৰ বাবে লোৱা সিদ্ধান্তক লৈ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

নৰ্থইষ্ট নাওৰ কাৰ্যবাহী সম্পাদক মহেশ ডেকা, সাংবাদিক চন্দন বৰগোহাঁই, আৰু নিখিল ভাৰত কৃষক সংঘ, অসমৰ সম্পাদক জয়ন্ত গগৈয়ে দাখিল কৰা জনস্বাৰ্থ জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ বিজয় বিষ্ণোই আৰু ন্যায়াধীশ এন উন্নী কৃষ্ণন নায়ৰক লৈ গঠিত বিভাগীয় বিচাৰপীঠে অসমৰ মুখ্য সচিবক ১১ নৱেম্বৰ, ২০২৪ৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

জ্যেষ্ঠ অধিবক্তা বিক্ৰম ৰাজখোৱাই প্ৰতিনিধিত্ব কৰি দীঘলীপুখুৰীৰ গছবোৰ কাটিবলৈ লোৱা চৰকাৰী সিদ্ধান্তৰ ওপৰত স্থগিতাদেশ বিচাৰিছিল।

Apply Now

আবেদনকাৰীৰ হৈ যুক্তি আগবঢ়ায় জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে।

অৱশ্যে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই জাননীৰ বিষয়টোৰ বিৰোধিতা কৰি কয়, ‘ইছ্যুটো ইতিমধ্যে সমাধান হৈছে আৰু যদি জাননী জাৰি কৰা হয় তেন্তে সংবাদ মাধ্যমত বেলেগ ধৰণৰ কথা ওলাব। গছবোৰত মাত্ৰ চিহ্নিত কৰা হৈছিল, আৰু তাৰ পাছত বহুতো কাম-কাজৰ কথা বিবেচনা কৰিব লাগিব। যেতিয়া গছবোৰ চিনাক্ত কৰা হৈছিল, তেতিয়া সেইটো কাটিবৰ বাবে দিয়া হোৱা নাছিল৷”

এই বিষয়ে মুখ্য ন্যায়াধীশ বিষ্ণোই ক’লে, “আপুনি এই সকলোবোৰ শপতনামাত স্পষ্ট কৰক, আৰু আমি সেইবোৰ বিবেচনা কৰিম।”

মুখ্য ন্যায়াধীশ বিষ্ণোইয়ে এডভোকেট জেনেৰেল শইকীয়াক কয়, ‘আপাততঃ আমি ১ৰ পৰা ৪ নং প্ৰতিবাদীক জাননী জাৰি কৰিম, আৰু আপুনি সামূহিক শপতনামা দাখিল কৰিব।

২০২৪ চনৰ ১৩ নৱেম্বৰত পুনৰ শুনানি গ্ৰহণ কৰিব আদালতে।

উল্লেখযোগ্য যে নুনমাটি-আৰ বি আই পইণ্ট উৰণীয়া সেতু প্ৰকল্পৰ বাবে চৰকাৰে দীঘলীপুখুৰীত কমেও ২৭জোপা গছ কটাৰ কৰাৰ পৰিকল্পনাৰ বিৰুদ্ধে গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী, শিল্পী, সংশ্লিষ্ট নাগৰিকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd