• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অধ্যাপকক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা ‘ভাবুকিপূৰ্ণ মন্তব্য’ক গৰিহণা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2024 8:49 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়খনৰ অধ্যাপক অখিল ৰঞ্জন দত্তক লৈ কৰা “ভাবুকিপূৰ্ণ মন্তব্য”ক গৰিহণা দিছে।

‘আমাৰ অধ্যাপক ডঃ অখিল ৰঞ্জন দত্তৰ সন্দৰ্ভত ২১/০১/২০২৪ তাৰিখে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত দিয়া মন্তব্য আৰু অভিযোগক আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা স্নাতকোত্তৰ (এম.এ), ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ গৰিহণা দিছো আৰু নাকচ কৰিছো।’-ছাত্ৰ-ছাত্ৰীসকলৰ এক বিবৃতিত এইদৰে উল্লেখ কৰা হৈছে।

“শ্ৰেণীত বক্তৃতা প্ৰদান কৰাত অধ্যাপক দত্তই অনিয়মিত হোৱাৰ  সন্মানীয় মুখ্যমন্ত্ৰীৰ অভিযোগৰ কোনো যথাৰ্থতা নাই কিয়নো আমি অধ্যাপক দত্তৰ প্ৰত্যক্ষ ছাত্ৰ-ছাত্ৰীসকলে নিশ্চিত কৰিছো যে তেওঁৰ নিষ্ঠা, সময়োপযোগীতা, অনুশাসন, ছাত্ৰ-ছাত্ৰীৰ সৈতে সম্পৰ্ক, আৰু বৌদ্ধিক অৱদান সকলোৰে পৰিচিত আৰু ছাত্ৰ সমাজৰ দ্বাৰা প্ৰশংসিত।’-বিবৃতিটোত লগতে কোৱা হৈছে।

Apply Now

লগতে পঢ়কঃ অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰিৰ অভিযোগৰ CBI তদন্ত বিচাৰিছে কংগ্ৰেছে

ইয়াত লগতে কোৱা হৈছে যে, ‘আগন্তুক দিনত অধ্যাপক দত্তৰ সাহিত্যিক আৰু বৌদ্ধিক ৰচনা আৰু অৱদানৰ ওপৰত সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা ভাবুকিপূৰ্ণ মন্তব্যকো আমি গৰিহণা দিছো। আমি ইয়াক আমাৰ শৈক্ষিক স্বাধীনতা আৰু পাঠদান-শিক্ষণ প্ৰক্ৰিয়াত বাধা হিচাপে গণ্য কৰোঁ।”

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এম এ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে লগতে “মাননীয় মুখ্যমন্ত্ৰীক অতি সোনকালে তেওঁৰ মন্তব্য আৰু অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ আন্তৰিকতাৰে আহ্বান জনাইছে”।

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধ্যাপক অখিল ৰঞ্জন দত্তক প্ৰখ্যাত পণ্ডিত ড০ হীৰেন গোহাঁইক লৈ মুখ্যমন্ত্ৰীয়ে কৰা ‘আপত্তিজনক’ মন্তব্যৰ বাবে সমালোচনা কৰাৰ অভিযোগ উত্থাপন কৰি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ অধ্যাপক অখিল ৰঞ্জন দত্তৰ বিৰুদ্ধে অনুশাসনমূলক কাৰ্য্যবিধি আৰম্ভ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ এগৰাকী সন্মানীয় পণ্ডিত ড০ হীৰেন গোহাঁইক উদ্দেশ্যি দিয়া অপমানজনক মন্তব্যৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে।

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মালৈ মই ভয় কৰা নাইঃ ৰাহুল গান্ধীৰ হুংকাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক অখিল ৰঞ্জন দত্তকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে শৰ্মাৰ ‘অতি আপত্তিজনক’ বক্তব্যক গৰিহণা দিছে।

‘মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অধ্যাপক অখিল ৰঞ্জন দত্তৰ বিৰুদ্ধে অনুশাসনমূলক কাৰ্য্যবিধি আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছো। এজন অধ্যাপক হিচাপে তেওঁ সঘনাই মুখ্যমন্ত্ৰীক সমালোচনা কৰে, যিটো গ্ৰহণযোগ্য নহয়।

“তাত আচৰণ বিধি আছে যিবোৰ মানি চলিব লাগিব। বিশ্ববিদ্যালয়ৰ অধ্যাপকে সীমাবদ্ধতা অবিহনে একো প্ৰকাশ কৰিব নোৱাৰে। অসম চৰকাৰে বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলক দৰমহা দিয়ে।’’ দেওবাৰে গুৱাহাটীত সংবাদমেলত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

লগতে পঢ়কঃ অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ বিজেপি কৰ্মীৰ

মুখ্যমন্ত্ৰীক সমালোচনা কৰা অধ্যাপকসকলৰ ক্ষেত্ৰত অসামৰিক সেৱাৰ আচৰণ বিধি প্ৰয়োগ কৰিব লাগে বুলিও শৰ্মাই কয়।

শৰ্মাই লগতে কয়, ‘আমি আগন্তুক বিধানসভাৰ অধিবেশনত এই বিষয়টোৰ মোকাবিলা কৰাৰ বাবে আইন প্ৰৱৰ্তন কৰিম’।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd