• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2025 7:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত চলি থকা অবৈধ কয়লা চিণ্ডিকেট সম্পৰ্কত আজি লোকসভাত প্ৰশ্ন উত্থাপন কৰি বিৰোধী উপ-দলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে যে – “কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে অৱগত নে যে এইবৰ্ষৰ ২৫ এপ্ৰিল তাৰিখে ED (Enforcement Directorate) এ এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল ! য’ত তেওঁলোকে উল্লেখ কৰিছিল- ED এ অসম আৰু মেঘালয়ৰ ১৫ টাকৈ স্থানত তালাচী অভিযান চলাইছিল। উক্ত প্ৰেছ বিজ্ঞপ্তিতে তেওঁলোকে স্পষ্টকৈ কৈছিল যে অসম আৰু মেঘালয়ৰ অবৈধ কয়লাৰ চিণ্ডিকেট চলি আছে। য’ত বৈধ কয়লা খনিৰ নামত বহু ভুৱা বিল বনাই কৰ ফাঁকি দি কোটি কোটি টকাৰ মুনাফা লুটি আছে।

এনে পৰিপ্ৰেক্ষিতত মই জানিব বিচাৰো যে নিৰ্দিষ্ট মন্ত্ৰালয়ে সম্প্ৰতি কি কৰি আছে? এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধানকাৰী সংস্হাৰ তৰফৰ পৰা কিয় কোনো তদন্ত আৰম্ভ কৰা নাই? কেৱল অভিযান চলাই ধন জব্দ কৰিয়েই দায়িত্ব আৰু বিষয়টো সমাপ্ত কৰিলে নেকি?

অতি গুৰুতৰ দুৰ্নীতিৰ বিষয়টোৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰণালয়ৰ মৌনতা কেৱল হতাশাজনকেই নহয়, ই দুৰ্নীতি- অন্যায়ক প্ৰশ্ৰয় দিয়াৰ দৰেই হৈছে।

অসমৰ কয়লাৰ এই অবৈধ ব্যৱসায়ৰ দূ্নীতিয়ে দিল্লী আৰু তেলেংগানাৰ বৃহৎ সুৰা কেলেংকাৰীকো চেৰ পেলাব। এনে এক বিয়াগোম দূৰ্নীতিৰ লগত জড়িত সকলৰ বিৰুদ্ধে অনতিপলমে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা উচিত তদন্ত কৰি কৰায়ত্ব কৰিব লাগে। অন্যথা গণতান্ত্ৰিক ব্যৱস্থা আৰু দায়বদ্ধতাৰ প্ৰতি জনগণৰ বিশ্বাস আৰু আস্হাৰ প্ৰতি বিশ্বাসঘাটকতা কৰা হ’ব।

এই বিষয়টো কেৱল মাত্ৰ কয়লাৰ লগতে জড়িত নহয়, ইয়াৰ লগত চৰকাৰৰ দায়বদ্ধতাৰ প্ৰশ্নও জড়িত আছে। প্ৰকৃত সত্যক অস্বীকাৰ কৰাৰ পৰিবৰ্তে স্বীকাৰ কৰি বিহিত গ্ৰহণ কৰাটো চৰকাৰৰ কৰ্তব্য আৰু দায়িত্ব।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd